ETV Bharat / state

নাৰেংগীত হিমন্ত বিশ্বৰ চাডেন ভিজিট - TRANSFORMATION AND DEVELOPMENT

পথ পৰিদৰ্শনৰ উদ্দেশ্যেৰে নাৰেংগী ভ্ৰমণ কৰে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নলা-নৰ্দমা, পদপথ মেৰামতিৰ লগতে ঘাঁহ ৰোপনেৰে সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

নাৰেংগীত পথ পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Jul 5, 2019, 7:03 PM IST

নাৰেংগী, ৫ জুলাই : জনসাধাৰণলৈ উন্নত পথ সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী বিভাগৰ বিষয়া সকলৰ সৈতে চানমাৰি - নুনমাটি, নুনমাটি - নাৰেংগী আৰু ভি আই পি পথ পৰিদৰ্শন কৰে ৷ এই পথকেইটাৰ নলা - নৰ্দমা, পদপথ সমূহ মেৰামতি কৰাৰ লগতে 'পেভাৰ ব্লক' স্থাপন তথা প্ৰতিটো পথৰ দাঁতিত গছপুলি ৰোপনৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

ETV BHARAT ASSAM
নাৰেংগীত পথ পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

আনহাতে, ভি আই পি পথৰ মাজভাগ পৰিস্কাৰ কৰি ঘাঁহ ৰোপনেৰে সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰাৰ লগতে গুৱাহাটীৰ জি এছ ৰোড, ৰাধা গোৱিন্দ বৰুৱা পথ, এ টি ৰোডকে ধৰি প্ৰধান পথসমূহৰ বিভিন্ন স্থানত ফুট অ'ভাৰ ব্ৰীজৰ প্ৰয়োজনীয়তাৰ বিষয়েও বুজ লয় মন্ত্ৰী গৰাকীয়ে । এই সন্দৰ্ভত যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে গড়কাপ্তানী মন্ত্ৰী গৰাকীয়ে ।

Intro:
নাৰেংগীত চাডেন ভিজিট গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মা

Body:জনসাধাৰণলৈ উন্নত পথ যোগাযোগ সুনিশ্চিত কৰাৰ অৰ্থে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই গড়কাপ্তানী বিভাগৰ বিষয়া সকলৰ সৈতে আজি চানমাৰি-নুনমাটি, নুনমাটি-নাৰেংগী আৰু ভি আই পি পথ পৰিদৰ্শন কৰে ৷ মন্ত্ৰী জনে এই পথকেইটাৰ নলা-নৰ্দমা, পদপথ সমূহ মেৰামতি কৰাৰ লগতে 'পেভাৰ ব্লক' স্থাপন তথা প্ৰতিটো পথৰ দাঁতিত গছপুলি ৰোপনৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে আনহাতে ভি আই পি পথৰ মাজভাগ পৰিস্কাৰ কৰি ঘাঁহ ৰোপনেৰে সৌন্দৰ্যবৰ্দ্ধনৰ ব্যৱস্থা কৰিবলৈও তেওঁলোকক কয় লগতে গুৱাহাটীৰ জি এছ ৰোড, ৰাধা গোৱিন্দ বৰুৱা পথ, এ টি ৰোডকে ধৰি আন প্ৰধান পথসমূহৰ বিভিন্ন স্থানত ফুট ওভাৰ ব্ৰীজৰ প্ৰয়োজনীয়তাৰ বিষয়েও বুজ লয় মন্ত্ৰী গৰাকীয়ে আনহাতে এই সন্দৰ্ভত যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই ।
Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.