ETV Bharat / state

ওড়িষ্যাত আৱদ্ধ সকলৰ সাহাৰ্যৰ বাবে অসম চৰকাৰৰ উচ্চস্তৰীয় বৈঠক - অসম চৰকাৰৰ উচ্চস্তৰীয় বৈঠক

ওড়িষ্যাত সম্পূ্ৰ্ণ সুৰক্ষিত অৱস্থাত আছে অসমৰ তীৰ্থযাত্ৰী আৰু পৰ্যটক ৷ ওড়িষ্যা চৰকাৰৰ সৈতে যোগাযোগ স্থাপন অসম চৰকাৰৰ ৷

ওড়িশাত আৱদ্ধ সকলৰ সাহাৰ্যৰ বাবে অসম চৰকাৰৰ উচ্চস্তৰীয় বৈঠক
author img

By

Published : May 4, 2019, 4:32 PM IST

  • ওড়িষ্যাত থকা অসমৰ তীৰ্থযাত্ৰী আৰু পৰ্যটক সকলক ৰাজ্যলৈ ওভতাই অনা সংক্ৰান্তত অসম চৰকাৰৰ উচ্চস্তৰীয় বৈঠক
  • ওড়িশা চৰকাৰৰ সৈতে যোগাযোগ স্থাপন অসম চৰকাৰৰ
  • ওড়িষ্যাত সম্পূ্ৰ্ণ সুৰক্ষিত অৱস্থাত আছে অসমৰ পৰা যোৱা তীৰ্থযাত্ৰী আৰু পৰ্যটক
  • নলবাৰী আৰু বাইহাটাৰ ৩৪ গৰাকী তীৰ্থযাত্ৰীক পুৰীৰ পৰা কলকাতাৰ অসম ভৱনলৈ প্ৰেৰণ
  • ইতিমধ্যে ৰে'লেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে তীৰ্থযাত্ৰী আৰু পৰ্যটক কেইগৰাকীক
  • তীৰ্থযাত্ৰী আৰু পৰ্যটকক ৰাজ্যলৈ ওভতাই অনাৰ সকলো ব্যৱস্থা সম্পন্ন
  • বৈঠকত উপস্থিত মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, অতিৰিক্ত মুখ্য সচিব (গৃহ) কুমাৰ সঞ্জয় কৃষ্ণ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ADGP হৰমিৎ সিং আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণা ৰাজ'ৰিয়া

Intro: ### ওড়িশা ভ্ৰমণলৈ যোৱা অসমৰ তীৰ্থযাত্ৰী আৰু পৰ্যটক সকলক সুকলমে ৰাজ্যলৈ ওভতাই অনা সংক্ৰান্তত অসম চৰকাৰৰ উচ্চস্তৰীয় বৈঠক

### ওড়িশা চৰকাৰৰ সৈতে অসম চৰকাৰৰ যোগাযোগ

### ওড়িশাত অসমৰ সকলো তীৰ্থযাত্ৰী আৰু পৰ্যটক সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে

### জনালে অসম চৰকাৰে

### ইতিমধ্যে নলবাৰী আৰু বাইহাটাৰ ৩৪ গৰাকী তীৰ্থযাত্ৰী আৰু পৰ্যটকক পুৰীৰ পৰা কলকাতাৰ অসম ভৱনলৈ সুকলমে অনাৰ অন্তত ৰেলেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে

Body:### বৰ্তমানেও ওড়িশাত থকা তীৰ্থযাত্ৰী আৰু পৰ্যটক সকলক ৰাজ্যলৈ ওভতাই অনাৰ ব্যৱস্থা কৰা হৈছে

Conclusion:### উচ্চস্তৰীয় বৈঠকখনত উপস্থিত আছিল মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, অতিৰিক্ত মুখ্য সচিব (গৃহ) কুমাৰ সঞ্জয় কৃষ্ণ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ADGP হৰমিৎ সিং আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণা ৰাজ'ৰিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.