ETV Bharat / state

মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস: লণ্ডভণ্ড বিদ্যালয়

মহানগৰীৰ বতাহঘুলী প্ৰাথমিক বিদ্যালয়ত বন্যহস্তীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে। অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পাছতো এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস : লণ্ডভণ্ড বিদ্যালয়
author img

By

Published : May 29, 2019, 6:51 PM IST

গুৱাহাটী,২৯ মে': মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাসত লণ্ডভণ্ড হ'ল এখন বিদ্যালয়। নিশাৰ আন্ধাৰত বতাহঘুলী প্ৰাথমিক বিদ্যালয়ত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাত ভাঙি পৰিল বিদ্যালয়খনৰ খিৰিকীৰ লগতে পানীৰ টেংকীৰ পাইপ। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিদ্যালয়খনত বন্যহস্তীয়ে আক্ৰমণ চলাইছিল।

মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস : লণ্ডভণ্ড বিদ্যালয়

বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পাছতো এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে।

A_GHY_802_29MAY_WILD_ELEPHANT_SCHOOL_VISUAL_ASRAR

মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাশ । নিশাৰ আন্ধাৰত এইবাৰ বন্য হস্তীয়ে চলালে বিদ্যালয়ত   আক্ৰমণ । এইবাৰ বতাহঘুলী প্ৰাথমিক বিদ্যালয়ত হাতীযে চলালে উপদ্ৰৱ । বিদ্যালয় খনত  বন্যহস্তীয়ে ভাঙিলে বিদ্যালয়ৰ খিৰিকী পানীৰ টেংকীৰ পাইপ । বিদ্যালয় খনৰ বাৰাণ্ডাত স্প্ৰস্ত ভাবে জিলিকি আছে হাতীৰ ভৰিৰ খোজ। ইয়াৰ পূৰ্বেও বিদ্যালয়খনত বন্যহস্তীয়ে চলাইছিল আক্ৰমণ ।  বন বিভাগক বাৰে বাৰে 
খবৰ দিয়াৰ পিছতো কিন্তু হাটীটোৰ উপদ্ৰবৰ পৰা নিৰ্মূল কৰিব পৰা নাই অঞ্চলটোক ।  উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বতাহঘুলীত এটি বন্যহস্তীয়ে কিছুদিন পূৰ্বে চলাইছিল সন্ত্ৰাশ ।

Visual at Ftp

Asrar Ansari 
  Guwahati 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.