নিউজ ডেস্ক, 6 জুলাইঃ মাওবাদীৰ বিৰুদ্ধে বৃহৎ সফলতা ছত্তিশগড় আৰক্ষীৰ ৷ ৰাজ্যখনৰ ধামতৰীত শনিবাৰে সংঘটিত হোৱা এক সংঘৰ্ষত নিহত হয় চাৰিটাকৈ মাওবাদী ৷ নিয়মীয়া তালাচীৰ সময়তে সুৰক্ষা বাহিনীৰ সৈতে সূত্ৰপাত হোৱা সংঘৰ্ষত নিহত হয় মাওবাদীকেইটা ৷
-
Chhattisgarh: Four Naxals killed in an encounter with Police Special Task Force (STF) in Dhamtari. Weapons recovered. pic.twitter.com/FHcyFaSmvO
— ANI (@ANI) July 6, 2019 " class="align-text-top noRightClick twitterSection" data="
">Chhattisgarh: Four Naxals killed in an encounter with Police Special Task Force (STF) in Dhamtari. Weapons recovered. pic.twitter.com/FHcyFaSmvO
— ANI (@ANI) July 6, 2019Chhattisgarh: Four Naxals killed in an encounter with Police Special Task Force (STF) in Dhamtari. Weapons recovered. pic.twitter.com/FHcyFaSmvO
— ANI (@ANI) July 6, 2019



জিলাখনৰ গমেচকা আৰক্ষী চকীৰ অন্তৰ্গত জংঘলত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় মাওবাদীকেইটা ৷ ঘটনাস্থলীৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰাৰ লগতে নিৰাপত্তা বাহিনীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৷ বৰ্তমানে ৰাজ্যখনৰ এছটিএফ বাহিনী আৰু ডিএফ বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি তালাচী অভিযান অব্যাহত ৰাখিছে ৷