বঙাইগাঁও, ৯ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আক্ৰাছুৰ সংবাদ মেল সম্বোধন। শনিবাৰে বৰপাৰাস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি আগন্তুক ১৩ ফেব্ৰুৱাৰী ভিতৰত কোঁচ ৰাজবংশী সহ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰে আক্ৰাছুয়ে।
জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ হুংকাৰ
বৰপাৰাৰ আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আক্ৰাছুৰ সংবাদমেল
বঙাইগাঁও, ৯ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আক্ৰাছুৰ সংবাদ মেল সম্বোধন। শনিবাৰে বৰপাৰাস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি আগন্তুক ১৩ ফেব্ৰুৱাৰী ভিতৰত কোঁচ ৰাজবংশী সহ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰে আক্ৰাছুয়ে।
Intro:বঙাইগাঁওৰ বৰপাৰা স্থিত সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ৰ মুখ্য কাৰ্যালয়ত আক্ৰাছুৰ সংবাদ মেল । অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত কোঁচ ৰাজবংশী সহ ছয় জনগোষ্ঠীৰ জনজাতি কৰন নকৰিলে ভয়াবহ আন্দোলনৰ হুংকাৰ । আজি আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক যৌথ সভাত কোঁচ ৰাজবংশী ১২ টা কৈ জাতীয় সংগঠনে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহন কৰাৰ কথা জনায় সংবাদ মেল যোগে ।
বাইট : অৰুন ৰায়, সভাপতি আক্ৰাছু ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Body:বাইট : অৰুন ৰায়, সভাপতি আক্ৰাছু ।
Conclusion:অহা ১৩ ফেব্ৰুৱাৰী ৰ পূৰ্বেই জনজাতি কৰন নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে আক্ৰাছুৰ কাৰ্য্যালয়ত অনুষ্ঠিত জাতীয় সংগঠন সমূহৰ যৌথ সভাই।