বঙাইগাঁও, ৯ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ সদৌ কোঁচৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আক্ৰাছুৰ সংবাদ মেল সম্বোধন। শনিবাৰে বৰপাৰাস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি আগন্তুক ১৩ ফেব্ৰুৱাৰী ভিতৰত কোঁচ ৰাজবংশী সহ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰে আক্ৰাছুয়ে।
