ETV Bharat / state

মাজবাটত জব্দ অবৈধ শিল-বালি ভৰ্তি ট্ৰাক - মাজবাট, দৰং

বন বিভাগৰ অভিযানত জব্দ

wood seized
author img

By

Published : Feb 24, 2019, 4:11 AM IST

ওদালগুৰিৰ মাজবাটত বন বিভাগৰ অভিযান। শনিবাৰে বন বিভাগৰ এটা তহলদাৰী দলে মাজবাটত অভিযান চলাই অবৈধ শিল-বালি ভৰ্তি তিনিখনকৈ ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ কৰে । মাজবাট আঞ্চলিক বন বিষয়াৰ নেতৃত্বত তহলদাৰী দল এটাই শনিবাৰে পুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধনশ্ৰীঘাটৰ পৰা জব্দ কৰে অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখন। আনহাতে অবৈধ কাঠ কঢ়িওৱা চাইকেল কেইখন জব্দ কৰে মাজবাটৰ চিলংখুটীৰ পৰা।
আনহাতে, অবৈধ শিল-বালি কঢ়িয়াই অনা AS-16AC-0857, AS-16AC-0803, AS-12AC-6847 নম্বৰৰ ডাম্পাৰকেইখৰ চালক কেইজন পলাই যাবলৈ সক্ষম হয়।

On Sat, 23 Feb 2019, 5:00 pm DHANDEEP BORA, <dhandeep.bora@etvbharat.com> wrote:
মাজবাটত বন বিভাগৰ অভিযান

শনিবাৰে  বন বিভাগৰ এটা তহলদাৰি দলে মাজবাটত অভিযান চলাই অবৈধ শিল-বালি ভৰ্তি তিনি খন কৈ ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ কৰে । মাজবাট আঞ্চলিক বন বিষয়াৰ নেতৃত্বত  তহলদালি  দল এটাই শনিবাৰে পুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধনশ্ৰীঘাটৰ পৰা যব্দ কৰে অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখন।আনহাতে অবৈধ কাঠ কঢ়িওৱা চাইকেল কেইখন জব্দ কৰে মাজবাটৰ চিলংখুটীৰ পৰা। জিলা বন সংমণ্ডল বিষয়াৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন বিষয়াৰ দলে চলাইছিল এই অভিযান । উল্লেখ্য যে বন বিভাগৰ তহলদাৰি দলে অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখনৰ চালকক ৰখাবলৈ সংকেত দিয়ে যদিও অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখনৰ চালকে তহলদাৰি বন বিভাগৰ লোককহে চোছা লয় । আৰু পলাই যাবলৈ চেষ্টা কৰে । অৱশেষত বন বিভাগৰ দলে খেদি খেদি জব্দ কৰে অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখন। অবৈধ শিল-বালি ভৰ্তি ডাম্পাৰ কেইখনৰ নম্বৰ AS 16AC -0857, AS 16AC- 0803, AS 12AC - 6847 । উল্লেখ্য যে চালান অবিহনে একাংশ শিল-বালি মাফিয়া চক্ৰই দীৰ্ঘদিন ধৰি ধনশ্ৰী সংমণ্ডলত চলাই গৈছে শিল-বালিৰ ৰমৰমীয়া বেহা।

BYTE_বন বিভাগৰ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.