ETV Bharat / state

মহানগৰীৰ মালিগাঁৱত মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ

author img

By

Published : May 8, 2019, 9:19 PM IST

পশ্চিমবংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম বংগ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষক কৰা আক্ৰমণক ধিক্কাৰ অসম বিজেপিৰ

মহানগৰীৰ মালিগাঁৱত মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ

গুৱাহাটী, 8 মে':মহানগৰীৰ মালিগাঁৱত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ।পশ্চিমবংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষক কৰা আক্ৰমণক ধিক্কাৰ অসম বিজেপিৰ।

মহানগৰীত মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ যুৱ মৰ্চাই। প্ৰতিবাদকাৰীয়ে মমতা বেনাৰ্জী মূৰ্দাবাদ,মমতা বেগম মূৰ্দাবাদ, মুছলমানক তোষামোদ কৰা বন্ধ কৰক, জয় শ্ৰী ৰাম আদি ধ্বনিৰে উত্তাল কৰি তোলে মালিগাঁৱৰ ৰাজপথ ৷

Intro:মহানগৰীৰ মালিগাঁৱত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীপ্ৰতিকৃতি দাহ।

পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষক কৰা আক্ৰমণক ধিক্কাৰ অসম বিজেপিৰ।

মহানগৰীত মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি যুৱ মৰ্চাই।

Body:মমতা বেনাৰ্জীৰ প্ৰতিকৃতিত চেণ্ডেলেৰে চৰ, গোৰ শোধালে প্ৰতিবাদকাৰীয়ে।

মমতা বেনাৰ্জী মুৰ্দাবাদ, মমতা বেগম মুৰ্দাবাদ, মুছলমানক তোষামোদ কৰা বন্ধ কৰক, জয় শ্ৰী ৰাম ধ্বনিৰে উত্তাল মালিগাঁৱৰ ৰাজপথ।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.