ETV Bharat / state

উবেৰ চালকৰ উবেৰ গ' বেক ধ্বনি - driver

প্ৰায় 500 তকৈও অধিক উবেৰ চালকৰ একাউন্ত বন্ধ কৰাৰ বিৰুদ্ধে চালকৰ প্ৰতিবাদ ৷

উবেৰ চালকৰ উবেৰ গ'বেক ধ্বনি
author img

By

Published : Jul 6, 2019, 12:09 AM IST

গুৱাহাটী, ৫ জুলাইঃ

  • মহানগৰৰ জয়ানগৰস্থিত উবেৰ চালকৰ কাৰ্যালয়ত প্ৰতিবাদ
  • প্ৰায় 500 তকৈও অধিক উবেৰ চালকৰ একাউন্ত বন্ধ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ
  • আগতীয়া কোনো জাননী প্ৰেৰণ নকৰাকৈ হঠাৎ একাউন্ত সমূহ বন্ধ কৰি দিয়ে উবেৰ কৰ্তৃপক্ষই
  • উবেৰ চালক সকলে উবেৰ গ'বেক ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ
    উবেৰ চালকৰ উবেৰ গ'বেক ধ্বনি
  • ঘটনাস্থলীত অৰ্ধ-সামৰিক বিষয়া আৰু আৰক্ষীৰ উপস্থিতিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে

a_ghy_5jul_804_Beltola Uberr Ofice Protest_vis_7204039

Anchor:- মহানগৰীৰ জায়নগৰ স্থিত উবেৰৰ কাৰ্যালয়ত প্ৰতিবাদ মুখৰ পৰিবেশ । 

একাংশ উবেৰ চালকে আহি উপস্থিত হয় কাৰ্য্যলয়ত । 

প্ৰায় ৫০০ত কৈও অধিক উবেৰ চালকৰ একাউন্ত বন্ধ কৰিদিয়াৰ বাবে এই পৰিবেশ । 

কোনো আগতীয়া জাননী প্ৰেৰণ নকৰাকৈ হঠাৎ একাউন্ত সমূহ বন্ধ কৰি দিয়ে উবেৰ কৰ্তৃপক্ষই । 

ফলত উবেৰ চালক সকলে কাৰ্য্যলয়ত উপষ্টিত হৈ প্ৰতিবাদ সায়বস্ত কৰে । 

উবেৰ চালক সকলে  উবেৰ গো বেক ধ্বনিৰ প্ৰতিবাদ সায়বস্ত কৰে । 

বহিৰাগত উবেৰ কোম্পেনীক চিৰ বিদায় দিয়াৰ কথাও উল্লেখ কৰে চালক সকলে । 

ঘটনা স্থলীত অৰ্ধ সামৰিক বিষয়া আৰু আৰক্ষীৰ উপস্থিটিত পৰিবেশ অলপ নিয়ন্ত্ৰণ হয় । 

কিন্তু উবেৰ কৰ্তৃপক্ষৰ কোনো লোক আহি বৰ্তমানো উপস্থিত হোৱা নাই । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.