ETV Bharat / state

খেওৰুন নেছাৰ হত্যাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ - কাছাৰ

ভূমি বিবাদক কেন্দ্ৰ কৰি সোনাই অব্যাহত আছে উত্তেজনা ৷ ভূমি বিবাদতে মৃত্যু ঘটা খেওৰুন নেছাৰ হত্যাৰ অভিযোগত আটক দুগৰাকীকৈ লোকক ৷

খেওৰুন নেছাৰ হত্যাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ
author img

By

Published : Jul 9, 2019, 2:44 PM IST

কাছাৰ,9 জুলাই: কাছাৰ জিলাৰ সোনাই ৰাঙ্গিৰঘাটত ভূমি বিবাদ লৈ মৃত্যু হোৱা খেওৰুন নেছাৰ হত্যাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ সোনাই আৰক্ষীৰ ৷ হত্যাৰ লগত জড়িত আন দুজন বৰ্তমানেও পলাতক ৷

খেওৰুন নেছাৰ হত্যাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ
উল্লেখ্য যে, শুকুৰবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ সময়তে মৃত্যু হৈছিল খেওৰুন নেছা নামৰ মহিলাগৰাকীৰ ৷ তাৰ পাচত মৃত মহিলা গৰাকীৰ স্বামীয়ে চাৰিজনক অভিযুক্ত কৰি সোনাই থানাত দাখিল কৰিছিল এজাহাৰ ৷ আৰু মঙলবাৰে দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইপিনে এই ঘটনাক কেন্দ্ৰ কৰিয়ে বৰ্তমানে আতংক অব্যাহত আছে অঞ্চলজুৰি।

Intro:Silchar breaking
কাছাৰ জিলাৰ সোনাই ৰাঙ্গিৰঘাটত ভূমি বিবাদ লৈ মৃত্যু হোৱা খেওয়াৰুন নেছাৰ হত্যাৰ লগত জড়িত দুজনক গ্ৰেৰেফতাৰ কৰিলে আৰক্ষীয়ে ৷ Body:হত্যাৰ লগত জড়িত আৰু দুজন এতিয়াও পলাতক ৷
উল্লেখ যোৱা শুক্ৰবাৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দু পক্ষ মাজত হোৱা সংঘৰ্ষৰ পলত খেওয়াৰুন নেছা নামৰ এজন মহিলাৰ মৃত্যু হৈছে ছিলে ৷ আৰু তাৰ পিচত মৃত মহিলাৰ স্বামীয়ে চাৰিজনক অভিযুক্ত কৰি সোনাই থানাত এজেহাৰ দাখিল কৰিছিলে ৷ তাৰ মাজত দুজনক আৰক্ষীয়ে গ্ৰেৰেফতাৰ কৰিছে ৷Conclusion:ঘটনাক লৈ এলেকাত এতিয়াও আতংক আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.