Police seized heroin : আমিনগাঁৱত 1 কোটি টকাৰ হেৰ’ইন জব্দ
কামৰূপ আৰক্ষীৰ আন এক বৃহৎ সফলতা ৷ আমিনগাঁও আৰ্মী কেম্পৰ সমীপৰ বাছ ষ্টেণ্ডৰ পৰা জব্দ ১৫ পেকেট হেৰ'ইন (Police seized heroin) ৷ আৰক্ষীয়ে জনোৱা মতে হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা ৷
Elon Musk announcement : নিষিদ্ধ টুইটাৰ একাউণ্ট সহজে Restore নহয়
নিষিদ্ধ একাউণ্টৰ পৰ্যালোচনাৰ বাবে অতি শীঘ্ৰে নতুন কণ্টেণ্ট মডাৰেশ্যন কাউন্সিল গঠন কৰা হ'ব (Twitter will form content moderation council)। কণ্টেণ্ট মডাৰেশ্যন কাউন্সিলৰ সমীক্ষাৰ পূৰ্বে কোনো নিষিদ্ধ একাউণ্ট 'Restore' কৰা নহ'ব । টুইটযোগে ঘোষণা কৰিলে চীফ টুইট এলন মাস্কে ।
Corrupted govt employee arrested : উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা
শুকুৰবাৰে আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পুনৰ আন এজন শীৰ্ষ চৰকাৰী বিষয়া (Corrupted govt employee arrested) ৷ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা (Vigilance and Anti Corruption Assam)) ৷ এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ ৷ উৎকোচ লৈয়ে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল শৰ্মা ৷
Python rescue : কলগাছিয়াৰ বলাইপাথাৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত শনিবাৰে পুৱাই এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় (Python rescued in Barpeta)। অজগৰ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয় ।
Miya Museum Controversy: চৰকাৰে মিঞা মিউজিয়ামো বন্ধ কৰিব আৰু উন্নয়নো কৰিব: দিগন্ত কলিতা
গেলেৰীত বহি থিয়েটাৰ উপভোগ কৰিলে বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita explosive remarks) । থিয়েটাৰ উপভোগ কৰাৰ অন্তত বিস্ফোৰক মন্তব্য বিধায়কগৰাকীৰ । লোকসভা নিৰ্বাচন, শ্বেৰমান আলী, মিঞা মিউজিয়ামৰ বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক কলিতাই ।
Bhaona performed: ঐতিহাসিক দক্ষিণপাট সত্ৰত হৰিশ্চন্দ্ৰ পালা ভাওনা প্ৰদৰ্শন
মাজুলীৰ চাৰি ৰাজ সত্ৰৰ অন্যতম সত্ৰ হৈছে ঐতিহাসিক দক্ষিণপাট সত্ৰ । এই ঐতিহাসিক সত্ৰখনৰ বৰ্তমানৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী প্ৰভুৰ মাতৃৰ বছৰেকীয়া তিথিত প্ৰত্যেক বছৰে ভাওনা প্ৰদৰ্শন কৰি অহা হৈছে ।
Cylinder blast during Chhath puja: ষঠ পূজাৰ প্ৰস্তুতিত চিলিণ্ডাৰ বিস্ফোৰণ, বিহাৰত আহত ৩০
বিহাৰৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাহেবগঞ্জৰ এটা ঘৰত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণত ৩০ জনৰো অধিক লোক আহত হয় (cylinder blast during Chhath puja preparation) ।
Srikrishna Raas Preparation: শৰতৰ পূৰ্ণিমাৰ নিশা ৰাসলীলা কৰিবলৈ সাজু কলিয়াবৰৰ গোপী
"আহা সখী আহা বাই বৃন্দাবনে যাও, বজাইছে মোহন বংশী নয়ন ভৰি চাও..." শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাথো কেইটামান দিন বাকী(Preparation for Raaslela mahotsav) । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ৰাসলীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি । শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ অন্যতম মুখ্য ধৰ্মীয় উৎসৱ(Sri Krishna Raas preparation at Kaliabor) ।
Fire in Indigo aircraft : Indigo বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত
দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তীব্ৰ উত্তেজনা । দিল্লীৰ পৰা বেংগালুৰুলৈ যাবলগীয়া ইণ্ডিগ' 6E-2131 বিমানত জুইৰ সূত্ৰপাত (Fire in Indigo aircraft)। বিমানখনত আছিল ১৮৪ গৰাকী লোক ।
Tripura Gangrape : আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ উপযুক্ত অনুসন্ধান নকৰাৰ অভিযোগ কংগ্ৰেছৰ
শুকুৰবাৰে সন্ধিয়া আগৰতলাৰ কংগ্ৰেছ ভৱনত (Congress Bhawan Agartala) এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে দাবী কৰে যে মুখ্যমন্ত্ৰীৰ মুখ সলনি কৰাৰ পাছতো ৰাজ্যখনৰ পৰিস্থিতি একেই আছে বৰং অপৰাধ বৃদ্ধিহে পাইছে ।