ETV Bharat / state

বৰখোলাত তিনি চোৰক ৰাইজৰ গণপ্ৰহাৰ - three thief got arrest at borkhola

কাছাৰ জিলাৰ বৰখোলাত তিনি চোৰক ৰাইজৰ গণপ্ৰহাৰ ৷ আটকাধীন চোৰকেইজন ক্ৰমে ছামছুদ্দিন বড়ভূঞা, আলি আহমেদ লষ্কৰ আৰু বদৰুল ইসলাম লস্কৰ ৷

বৰখোলাত তিনি চোৰক ৰাইজৰ গণপ্ৰহাৰ
author img

By

Published : Nov 4, 2019, 9:46 PM IST

কাছাৰ, 4 নৱেম্বৰঃ কাছাৰ জিলাৰ বৰখোলাত তিনি চোৰক ৰাইজৰ গণপ্ৰহাৰ ৷ আটকাধীন চোৰকেইজন ক্ৰমে ছামছুদ্দিন বড়ভূইয়া, আলি আহমেদ লস্কৰ আৰু বদৰুল ইসলাম লস্কৰ ৷ দেওবাৰে তেলিছৰাত সুপাৰি বাগানত চুৰিকাৰ্য কৰি থাকেতেই ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে ৷ সোমবাৰে আৰক্ষীয়ে চোৰকেইটাক আদালতলৈ প্ৰেৰণ কৰে ৷

three thief got arrest at borkhola

Intro:Body:কাছাৰৰ বৰখলাৰ তেলিছৰাত তিনি চুৰক ৰাইজে ধৰি গণ প্ৰহাৰত পিছত অাৰক্ষী হাতত দিলে ৷আটক তিনি জন চুৰৰ নাম হল ছামছুদ্দিন বড়ভূইয়া(২৫) , আলি আহমেদ লষ্কৰ(১৯),বদৰুল ইসলাম লষ্কৰ (২২)৷যুৱা ৩ তাৰিখ তেলিছৰাত সুপাৰি বাগানত চুৰি কৰিথাকোতেই ৰাইজে তেওঁলোকক আটক কৰে ৷ সোমবাৰ বৰখলা আৰক্ষী অাটক চুৰক আদালতত প্ৰেৰণ কৰে৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.