ETV Bharat / state

কাছাৰত সোপাধৰাৰ সন্দেহত যুৱকক গণ প্ৰহাৰ - সোপাধৰাৰ আতংক

সোপাধৰাৰ দৰে মধ্যযুগীয় অন্ধ বিশ্বাসত এতিয়াও বিশ্বাসী ৰাজ্যৰ বহু অঞ্চল ৷ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ ক্লেভাৰ হাউচৰ ৰাইজে সোপাধৰাৰ সন্দেহত এজন অচিনাকী যুৱকক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে ৷

কাছাৰত সোপাধৰাৰ সন্দেহত যুৱকক গণ প্ৰহাৰ
author img

By

Published : Sep 26, 2019, 1:01 PM IST

শিলচৰ, 26 ছেপ্টেম্বৰঃ ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক ৷ সোপাধৰাৰ সন্দেহত যুৱকক গণ প্ৰহাৰ ৷ ৰাজ্য জোকাৰি যোৱা অভি নীল কাণ্ডৰ পৰা শিক্ষা নহ'ল ৰাজ্যৰ একাংশ লোকৰ ৷ সোপাধৰাৰ দৰে মধ্যযুগীয় অন্ধ বিশ্বাসত এতিয়াও বিশ্বাসী ৰাজ্যৰ বহু অঞ্চল ৷ বৃহস্পতিবাৰে কাছাৰ জিলাৰ ধলাই সমষ্টিৰ ক্লেভাৰ হাউচৰ ৰাইজে সোপাধৰাৰ সন্দেহত এজন অচিনাকী যুৱকক মাৰপিট কৰি আৰক্ষীক গটাই দিয়াৰ ঘটনা সংঘটিত হয় ৷

কাছাৰত সোপাধৰাৰ সন্দেহত যুৱকক গণ প্ৰহাৰ

প্ৰাপ্ত তথ্য অনুসৰি, ক্লেভাৰ হাউচৰ জি পি কাৰ্যালয়ৰ সম্মুখত এজন অচিনাকী যুৱকে হাতত পুতলা সাপ লৈ খেল দেখুৱাই আছিল আৰু ওচৰতে থকা কেইগৰাকীমান শিশুৱে যুৱক জনৰ লগত খেল-ধেমালি কৰা আৰম্ভ কৰিছিল ৷ তেতিয়াই স্থানীয় কেইজনমান লোকে যুৱকজনক সোপাধৰাৰ সন্দেহত মাৰপিট কৰি আৰক্ষীক গতাই দিয়ে ৷ ইফালে আৰক্ষীয়ে যুৱকজনক থানা লৈ নি পৰিচয় সোধাৰ চেষ্টা কৰে যদিও যুৱকজনৰ পৰা একো কথা উলিয়াব নোৱাৰিলে ৷ তাৰ পাচতেই আৰক্ষীয়ে যুৱক জন মূকবধিৰ অথবা মানসিক ভাৰসাম্য নোহোৱা লোক হিচাপে সন্দেহ কৰে ৷ বৰ্তমান যুৱক জন সন্দৰ্ভত ধলাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে সোপাধৰাৰ কথা শুনি একাংশ উৎসুক ৰাইজে আহি ধলাই আৰক্ষী থানাত ভিৰ কৰা পৰিলক্ষিত হয় ৷ এনে পৰিস্থিতিত প্ৰশাসনে সোপাধৰাৰ দৰে এলান্ধুকলীয়া অন্ধ বিশ্বাসত আতংকিত নহ'বলৈ জনসাধাৰণক আহ্বান জনাইছে ৷

Intro:NEWS Silchar 26 September ছোপাধৰা সন্দেহে এজন অচিনাকি বোৱা যুৱকক উত্তম মধ্যম দি পুলিছক গতাই দিলে ৰাইজে।
Body:NEWS Silchar 26 September ছোপাধৰা সন্দেহে এজন অচিনাকি বোৱা যুৱকক উত্তম মধ্যম দি পুলিছক গতাই দিলে ৰাইজে ।

ছোপাধৰা সন্দেহে এজন অচিনাকী বোৱা যুৱকক উত্তমধ্যম দি ধলাই আৰক্ষী থানাত গতাই দিলে কাছাৰ জিলাৰ ধলাই সমষ্ঠিৰ ক্লেভাৰ হাউসৰ ৰাইজে। জানিৱ পৰা মতে ক্লেভাহাউস জিপি কার্য্যালয়ৰ সম্মুখে অচিনাকী বোৱা যুৱক জনে হাতত খেলনা সাপলৈ খেলা কৰিছিল। ওচৰতে কেইগৰাকী কনমানি (শিশু) যোৱাৰ সময়তে কনমানি (শিশু) সকলে বোৱা যুৱক জনৰ লগত খেল-ধেমালি কৰিছিলে । তেতিয়া কেইজন লোকে ছোপাধৰা সন্দেহ কৰি বোৱা যুৱক জনক ধৰি উত্তম মধ্যম দি ধলাই আৰক্ষী থানাৰ পুলিচক গতাই দিলে। ইফালে পুলিচ যুৱক জনক থানাত লৈ আনি পৰিচয় উলোৱানিৰ চেষ্টা চলালে যুৱকজনে একোকথা পাতিৱ নোৱাৰিলে। পুলিচৰ সন্দেহ হৈছে অচিনাকী যুৱকজন হয় বোৱা নহ'লে মস্তিষ্ক বিকৃত হৱ পাৰে । বর্তমানে যুৱকজন ধলাই আৰক্ষী পুলিচৰ লকাপত আছে। ছোপাধৰা ধৰা পৰিছে শোনি উৎসুক ৰাইজে গোট লাগি আৰক্ষী থানাত আহি পুলিচৰ কাষত ছোপাধৰা দেখাৰ আবদাৰ জনালে পুলিচ ভীৰ সামাল দিয়াৰ কাৰনে ৰীতিমত ব্যস্ত হৈ পৰে। ঘটনাটু লৈ এলাকাত এক অজানা আতঙ্ক বিৰাজ কৰিছে।Conclusion:NEWS Silchar 26 September ছোপাধৰা সন্দেহে এজন অচিনাকি বোৱা যুৱকক উত্তম মধ্যম দি পুলিছক গতাই দিলে ৰাইজে ।

ছোপাধৰা সন্দেহে এজন অচিনাকী বোৱা যুৱকক উত্তমধ্যম দি ধলাই আৰক্ষী থানাত গতাই দিলে কাছাৰ জিলাৰ ধলাই সমষ্ঠিৰ ক্লেভাৰ হাউসৰ ৰাইজে। জানিৱ পৰা মতে ক্লেভাহাউস জিপি কার্য্যালয়ৰ সম্মুখে অচিনাকী বোৱা যুৱক জনে হাতত খেলনা সাপলৈ খেলা কৰিছিল। ওচৰতে কেইগৰাকী কনমানি (শিশু) যোৱাৰ সময়তে কনমানি (শিশু) সকলে বোৱা যুৱক জনৰ লগত খেল-ধেমালি কৰিছিলে । তেতিয়া কেইজন লোকে ছোপাধৰা সন্দেহ কৰি বোৱা যুৱক জনক ধৰি উত্তম মধ্যম দি ধলাই আৰক্ষী থানাৰ পুলিচক গতাই দিলে। ইফালে পুলিচ যুৱক জনক থানাত লৈ আনি পৰিচয় উলোৱানিৰ চেষ্টা চলালে যুৱকজনে একোকথা পাতিৱ নোৱাৰিলে। পুলিচৰ সন্দেহ হৈছে অচিনাকী যুৱকজন হয় বোৱা নহ'লে মস্তিষ্ক বিকৃত হৱ পাৰে । বর্তমানে যুৱকজন ধলাই আৰক্ষী পুলিচৰ লকাপত আছে। ছোপাধৰা ধৰা পৰিছে শোনি উৎসুক ৰাইজে গোট লাগি আৰক্ষী থানাত আহি পুলিচৰ কাষত ছোপাধৰা দেখাৰ আবদাৰ জনালে পুলিচ ভীৰ সামাল দিয়াৰ কাৰনে ৰীতিমত ব্যস্ত হৈ পৰে। ঘটনাটু লৈ এলাকাত এক অজানা আতঙ্ক বিৰাজ কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.