ETV Bharat / state

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ

কাছাৰৰ বৰখলাৰ ডলু নদীত গা ধুবলৈ গৈ এগৰাকী ছাত্ৰৰ সলিল সমাধি ৷ মৃত ছাত্ৰজনৰ নাম সমীৰ গোৱালা

author img

By

Published : Aug 8, 2019, 11:54 PM IST

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ

কাছাৰ, 8 আগষ্টঃ

  • কাছাৰৰ বৰখলাৰ ডলু নদীত পানীত পৰি এগৰাকী ছাত্ৰৰ মৃত্যু
  • মৃত ছাত্ৰজনৰ নাম সমীৰ গোৱালা
  • দুপৰীয়া প্ৰায় ২-৩০ বজাত গা ধুবলৈ গৈ হ'ল অঘটন
  • বিয়লি চাৰি বজাত স্থানীয় লোকে উদ্ধাৰ কৰিলে মৃতদেহ
  • ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় মৃতদেহ
  • সমিৰ ডলু এম ই স্কুলৰ ছাত্ৰ আছিল সমীৰ গোৱালা

Intro:Body:কাছৰৰ বৰখলা সমষ্টিৰ ডলু নদীত পানীত ডুবি এগৰাকী স্কুল ছাত্ৰৰ মৃত্যু ৷ মৃত ছাত্ৰৰ নাম সমিৰ গোয়ালা (১২)৷জানিব পৰামতে দুপৰীয়া ২-৩০মিনিটত গা ধুবলৈ নদীত গলে ঘটনাটো হল ৷আবেলি চাৰিটা বাজত স্থানীয় লোকে উদ্ধাৰ কৰিলে আৰক্ষী তেওঁৰ লাশ মৰনোত্তৰ পৰিক্ষাৰ শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে৷সমিৰ ডলু এমি স্কুলৰ ছাত্ৰ তেওঁৰ বাড়ী অৰুণাবন্ধ চা বাগিচাত বৰ্তমান ডলু বাগিচাৰ দাদা বিমল গোয়ালাৰ ঘৰত স্কুলত পৰিব লৈ আছিন যুবা একবছৰ পৰা Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.