ETV Bharat / state

শিলচৰৰ কৰ‘ণা যোদ্ধা হাইদৰ হুছেইনৰ কথাৰে.. - নিউৰ'লজি আৰু ইউৰ'লজি বিভাগ

আমাৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰক হাইদৰে এই মানৱ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰাত সুখী তথা ইয়াৰ পৰা তেওঁ মানসিক সুখ লাভ কৰা বুলিও মন্তব্য আগবঢ়ায় ৷

story-of-a-corona-warior-of-cachar
শিলচৰৰ কৰ‘ণা যুদ্ধা হায়দৰ হুছেইনৰ কথাৰে..
author img

By

Published : May 21, 2020, 12:56 PM IST

নিউজ ডেস্ক, 21 মে‘ : এজন যুৱক, নাম হাইদৰ হুছেইন লস্কৰ ৷ লস্কৰ শিলচৰৰ মেডিকেল কলেজৰ এজন ৱাৰ্ড বয় । শিলচৰৰ মেডিকেল কলেজত প্ৰথম কৰ‘ণা আক্ৰান্ত ৰোগীৰ সেৱা কৰাৰ দায়িত্ব লৈছিল তেওঁ ।

story-of-a-corona-warior-of-cachar
শিলচৰৰ কৰ‘ণা যুদ্ধা হায়দৰ হুছেইনৰ কথাৰে..

দিন পাৰ হোৱাৰ লগতে বাঢ়িছিল কৰ‘ণা আক্ৰান্ত ৰোগীৰ সংখ্যাও । কিন্তু নিজৰ তথা পৰিয়ালৰ কথা চিন্তা নকৰাকৈয়ে হাইদৰে কৰি গৈছিল কৰ‘ণা আক্ৰান্ত ৰোগীৰ সেৱা ৷ নিজৰ কৰ্মৰ প্ৰতি আন্তৰিকতা তথা মানৱসেৱাৰ মনোবৃত্তিৰে হাইদৰে নিজৰ কণমানি সন্তানৰ পৰাও আঁতৰি থাকিছিল দিনৰ পিছত দিন ৷ 15 দিন ৰোগীৰ সেৱা আগবঢ়োৱাৰ পাছত 15 দিন হাইদৰ থাকিবলগীয়া হয় কোৱাৰান্টাইনত ৷ তাৰ পাছত আকৌ হাইদৰে এজন যুদ্ধাৰ দৰে নামি পৰে কৰ‘ণাৰ সৈতে চলা এই যুঁজত ৷ আমাৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰক হাইদৰে এই মানৱ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰাত সুখী তথা ইয়াৰ পৰা তেওঁ মানসিক সুখ লাভ কৰা বুলিও মন্তব্য আগবঢ়ায় ৷

তদুপৰি হাইদৰে শিলচৰৰ মেডিকেল কলেজত নিউৰ'লজি আৰু ইউৰ'লজি বিভাগটো অতি সোনকালে মুকলি কৰিবলৈও স্বাস্থ্য বিভাগক অনুৰোধ জনায় ৷

লগতে পঢ়ক : ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 188 জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.