ETV Bharat / state

বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে

author img

By

Published : Mar 17, 2021, 2:07 PM IST

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয় পক্ষই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ওচৰত ভিৰ কৰিছে ভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ৷ পিছপৰি থকা নাই বৰাক উপত্যকাও ৷ বৰাকতো বিজেপিয়ে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷

বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে
বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে

শিলচৰ,17 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয় পক্ষই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ওচৰত ভিৰ কৰিছে ভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ৷ পিছপৰি থকা নাই বৰাক উপত্যকাও ৷ বৰাকতো বিজেপিয়ে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷

প্ৰাৰ্থী গৰাকীৰ দাবী আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব বিজেপি প্ৰাৰ্থী ৷ পুনৰ অসমত বিজেপিৰে চৰকাৰ হ'ব ৷ কাৰণ বিজেপি উন্নয়ণত বিশ্বাসী ৷

লগতে পঢ়ক: ৰঙিয়াৰ প্ৰাৰ্থী দেবব্ৰত কলিতাৰ মনোনয়ন প্ৰত‍্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.