ETV Bharat / state

শিলচৰত প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ

বৃহস্পতিবাৰে শিলচৰত তিনিজন হজযাত্ৰীক আক্ৰমণ কৰা ঘটনাৰ বাবে শিলচৰত প্ৰতিবাদ সাব্যস্ত কৰিলে বহু দল-সংগঠনে

শিলচৰত প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ
author img

By

Published : Jun 28, 2019, 9:28 PM IST

শিলচৰ,২৮জুন :

  • বৃহস্পতিবাৰে শিলচৰত আক্ৰমণ কৰা হৈছিল তিনিজন হজযাত্ৰীক
  • হজত যোৱা যাৱতীয় তথ্যৰ বাবে শিলচৰলৈ গৈছিল ধলাই সমষ্টিৰ তিনিজন লোকে
  • লোককেইজনৰ খুলি দিয়া হৈছিল মূৰৰ টুপী
  • ঘটনাৰ পাছতে প্ৰতিবাদৰ সৃষ্টি হৈছিল সৰ্বত্ৰে
  • শুকুৰবাৰেও এই ঘটনাৰ বাবে শিলচৰত প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে
  • সংগঠনসমূহৰ দাবী বৰাকৰ লগতে শিলচৰক অশান্ত কৰি তুলিছে কিছু লোকে

News Silchar 
শিলচৰৰ  হজযাত্ৰীৰ উবৰত আক্ৰমণৰ ঘটনাক লৈ প্রতিবাদত নামিছে বিভিন্ন সংগঠনে। তেওঁ লোকে কয় কিছুমান লোকে বৰাকর লগতে শিলচৰক অশান্ত কৰাৰ কাৰণে সচেষ্ট হৈছে। আচ্ছাম চৰকাৰ ও কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত এনে ধৰণৰ ঘটনা চলিছে।
বিগত দিনৰ ঘটনাক লৈ এটা শ্বৰকলিপি ও প্ৰদান কৰে সংগঠনৰ কৰ্মকৰ্তা সকলে (Communist party অফ India.Cachar Dist Committee).
বিগত দিনত তিন জন হজযাত্ৰীৰ উপর আক্ৰমণ কৰে কিছু সংখ্যক যুৱকে ।
Footage ftp 
Slug Silchar Protest 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.