ETV Bharat / state

শিলচৰৰ কাটিগড়াত পিস্তলসহ আটক তিনি ডকাইত - ৫ টা মোবাইল ফোন

কাটিগড়া আৰক্ষীয়ে কাটিগড়াৰ কলাছড়ি-চৰিষাকুড়ি গাঁৱৰ পৰা তিনিটা ডকাইতক আটক কৰে ৷ আটকাধীন অভিযুক্ত কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা 7.65 MM পিস্তল, ১১ ৰাউণ্ড সজীৱ গুলী, ৫ টা ম'বাইল ফোনৰ লগতে 5 টাকৈ চোকা অস্ত্ৰ ৷

আটক তিনিজন অভিযুক্ত ডকাইত
আটক তিনিজন অভিযুক্ত ডকাইত
author img

By

Published : Feb 14, 2020, 2:38 PM IST

কাটিগাড়া, 14 ফেব্ৰুৱাৰীঃ গোপন সূত্ৰৰ ভিত্তিত কাটিগড়া আৰক্ষীয়ে কাটিগড়াৰ কলাছড়ি-চৰিষাকুড়ি গাঁৱৰ পৰা আটক কৰে তিনিগৰাকী অভিযুক্ত ডকাইতক ৷ অভিযুক্ত তিনিজন ক্ৰমে আব্দুল আজিজ, চিৰিজুল হক আৰু ফয়জুল হক ৷ আটকাধীন অভিযুক্ত কেইগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা 7.65 MM পিস্তল, ১১ ৰাউণ্ড সজীৱ গুলীৰ লগতে ৫ টা ম'বাইল ফোন আৰু 5 টাকৈ চোকা অস্ত্ৰ ৷ ইয়াৰোপৰি ডকাইতি কাৰ্যত ব্যৱহৃত এখন আটো ৰিক্সাও জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আটকাধীন তিনি অভিযুক্তক ৷

শিলচৰৰ কাটিগড়াত পিস্তলসহ আটক তিনিজন অভিযুক্ত ডকাইত

লগতে পঢ়কঃ টিংখাঙৰ নিলমণিত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.