ETV Bharat / state

শিলচৰ-মিজোৰাম সীমান্তৰ ধলাই বনাঞ্চলৰ পৰা জব্দ কোটি টকাৰ কাঠ

বন বিভাগৰ অভিযানত ধলাই বনাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা জব্দ বহু পৰিমাণৰ কাঠৰ লগতে কাঠফলা মেচিন, ইলেকট্ৰিক কৰত, গছ কটাৰ বাবে ব্যবহাৰ কৰা ৰচী, লোহাৰ শিকলি ৷

চেৰাই কাঠ জব্দ
author img

By

Published : Oct 16, 2019, 12:02 PM IST

কাছাৰ, 16 অক্টোবৰ: অসম-মিজোৰাম সীমান্তৰ ধলাই বনাঞ্চলৰ বিভিন্ন ঠাইত অভিযান চলাই বন বিভাগে কেইবা লাখ টকাৰ চেৰাই কাঠ আৰু ইলেকট্ৰিক কৰত জব্দ কৰিবলৈ সক্ষম হয়। হাওইথাং ফৰেষ্ট ৰেঞ্জৰ বিষ্ণুপুৰ-আনন্দখাল বনাঞ্চলত অভিযান চলোৱা সময়ত কেইবাটাও স্থানত গছ কটা প্ৰত্যক্ষ কৰে বন বিভাগৰ লোকসকলে ৷ পৰৱৰ্তী সময়ত উক্ত ঠাইসমূহৰ পৰা বহু পৰিমাণৰ চেৰাই কাঠ জব্দ কৰিবলৈ সক্ষম হয় বনবিভাগে ৷

বন বিভাগৰ অভিযান

উল্লেখ্য যে, উক্ত অভিযানত বন বিভাগে দেশী কৰত, গছ কটাৰ বাবে ব্যবহাৰ কৰা ৰচি, লোহাৰ শিকলি, এখন যন্ত্ৰ চালিত কৰত আৰু আন বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে ধলাই ৰেঞ্জৰ পুনিৰ হাওয়ৰ বনাঞ্চলটো অভিযান চলাই কেইবা লক্ষ টকাৰ চেৰাই কাঠ জব্দ কৰে।

Intro:কাছাৰৰ বন বিভাগৰ বিৰাট সফলতা। শিলচৰ মিজোৰাম সীমান্তৰ পৰা জব্দ কয়েক কোটি টকাৰ চৰাই কাঠ।Body:বহু কাঠ, মেচিনৰ কৰাত জব্দ

অসম- মিজোৰাম সীমান্তৰ ধলাই বনাঞ্চলৰ বিভিন্ন ঠাইত অভিযান চলাই বন বিভাগে কেইবা লক্ষ টকাৰ চিৰাই কাঠ আৰু ইলেকট্ৰিক কৰাত জব্দ কৰিবলৈ সক্ষম হৈছে। হাওইথাং ফৰেষ্ট ৰেঞ্জৰ বিষ্ণুপুৰ-আনন্দখাল বনাঞ্চলত অভিযান চলাই কেইবাটা ঠাইত গছ চিৰাইৰ কাম চলি থকা প্ৰত্যক্ষ কৰিছিল। এই ঠাই বোৰৰ পৰা তেওঁ লোকে বহু চিৰাই কাঠ জব্দ কৰে।লগতে দেশী কৰাত, গছ চিৰাইৰ বাবে ব্যবহাৰ কৰা ৰশি, লোহাৰ শিকলি, যন্ত্ৰ চালিত এখন কৰাত আৰু আন বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি বিষ্ণুপুৰৰ বিট অফিচৰ আৰ জিমি জনাইছে। আনপিনে ধলাই ৰেঞ্জৰ পুনিৰ হাওয়ৰ বনাঞ্চলত অভিযান চলাই কেইবা লক্ষ টকাৰ চিৰাই কাঠ জব্দ কৰা হৈছে। এই কাঠবোৰ চিৰি থকা ঠাইৰ পৰাও কাঠ-গছ চিৰাইৰ বহু সামগ্ৰী উদ্ধাৰ কৰিছে বন বিভাগৰ লোকে। বন বিভাগৰ অভিযানৰ গম পাই কাঠ চিৰাইৰ কামতে থকা মানুহ পলাই যোৱাৰ বাবে কাকো আটক কৰা নাই বুলি আৰ জিমি জনাইছে। ------ বাইটConclusion:বনবিভাগৰ কাজত সন্তুষ্ট এলাকবাসী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.