ETV Bharat / state

সাংস্কৃতিক অনুষ্ঠানৰ নামত কাছাৰত জুৱা খেল

author img

By

Published : Nov 20, 2020, 4:30 PM IST

বিধায়ক জৈনে নিজৰ পৃষ্ঠপোষকতাত উক্ত অনুষ্ঠানৰ আয়োজন কৰি সাধাৰণ ৰাইজৰ মন জয়ৰ চেষ্টা চলাইছিল ৷ কিন্তু কৰ‘ণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে অনুষ্ঠিত উক্ত অনুষ্ঠানত ক‘ভিড প্ৰ‘টকল উলংঘা কৰি সহস্ৰাধিক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয় ৷

silchar gambling-event
সাংস্কৃতিক অনুষ্ঠানৰ নামত কাছাৰত জুৱা খেল

শিলচৰ, 20 নৱেম্বৰ : কাটিগড়া বিধানসভা সমষ্টিৰ বিধায়ক অমৰচান্দ জৈনে নিজৰ সমষ্টিত সাংস্কৃতিক দিশটোক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে গুমড়াত অনুষ্ঠিত কৰিছিল এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান ৷

তদুপৰি সাংস্কৃতিক অনুষ্ঠানৰ নামত একাংশই অনুষ্ঠানস্থলীৰ সমীপতে আয়োজন কৰিলে ঝাণ্ডিমুণ্ডা খেলৰ ৷ উক্ত অবৈধ জুৱা খেলৰ নামত নিশাটোৰ ভিতৰতে পকেট উদং হয় বহুতৰে ৷ একাংশ ৰাইজে এই জুৱা খেল বিধায়কজনৰ ছত্ৰছায়াত চলোৱাৰো অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: অসম-অৰুণাচল সীমান্তত বন্য়হস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ হেৰুৱালে এজন লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.