ETV Bharat / state

অবৈধ দোকানত চলিল প্ৰশাসনৰ বুলডজাৰ - শিলচৰ

শিলচৰৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিছে অবৈধভাবে গঢ়ি উঠা দোকান-বজাৰবোৰ ৷ শিলচৰ চহৰক সুন্দৰ কৰি তুলিবলৈ প্ৰশাসনে এই পদক্ষেপ লোৱা বুলি জানিবলৈ দিছে ৷

অবৈধভাবে গঢ়া দোকানত চলিল প্ৰশাসনৰ বুলডজাৰ
author img

By

Published : Jul 9, 2019, 11:03 PM IST

শিলচৰ, 9 জুলাইঃ কাছাৰ জিলা প্ৰশাসনে উচ্চেদ কৰিছে অবৈধভাবে গঢ়ি উঠা দোকান-বজাৰবোৰ ৷ শিলচৰ চহৰক সুন্দৰ কৰি তুলিবলৈ প্ৰশাসনে এই পদক্ষেপ লোৱা বুলি জানিবলৈ দিছে ৷ প্ৰশাসনৰ এই পদক্ষেপে জোঁকাৰণি তুলিছে শিলচৰৰ ব্যৱসায়িক মহলত, আনহাতে আন একাংশই প্ৰশাসনৰ এই সিদ্ধান্তক সমৰ্থনো জনাইছে ৷

অবৈধভাবে গঢ়া দোকানত চলিল প্ৰশাসনৰ বুলডজাৰ

শিলচৰ, 9 জুলাইঃ কাছাৰ জিলা প্ৰশাসনে উচ্চেদ কৰিছে অবৈধভাবে গঢ়ি উঠা দোকান-বজাৰবোৰ ৷ শিলচৰ চহৰক সুন্দৰ কৰি তুলিবলৈ প্ৰশাসনে এই পদক্ষেপ লোৱা বুলি জানিবলৈ দিছে ৷ প্ৰশাসনৰ এই পদক্ষেপে জোঁকাৰণি তুলিছে শিলচৰৰ ব্যৱসায়িক মহলত, আনহাতে আন একাংশই প্ৰশাসনৰ এই সিদ্ধান্তক সমৰ্থনো জনাইছে ৷

অবৈধভাবে গঢ়া দোকানত চলিল প্ৰশাসনৰ বুলডজাৰ
Intro:শিলচৰ সহৰক সুন্দৰকৈ সজাবলৈ সাজু হৈছে কাছাৰ জেলা প্ৰশাসন। চহৰৰ বিভিন্নপ্ৰান্তত অবৈধ দোকানৰ অংশ ভাঙি জঞ্জাল মুক্ত কৰাৰ কাজ আৰম্ভ কৰিছে কাছাৰৰ জেলাপ্ৰশাসনে।Body:কাছাৰ জেলাপ্ৰশাসনৰ এই পদক্ষেপত চৰ্চাৰ বিষয় হৈ পৰিছে শিলচৰৰ ব্যৱসায়িক মহলত। জেলাশসক বিষয় টি লৈ পৰিষ্কাৰ ভাবে কৈ দিছে চহৰক সুন্দৰকৈ যি কৰিবলগা হয় হৈটুই কৰিব তেওঁ।Conclusion:বিষয় টু লৈ ব্যৱসায়িক সকলে যদিও আনফালে ৰাইজে কিন্তু সহমত পোষণ কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.