ETV Bharat / state

উন্নত চিকিৎসাৰ অভাৱত মৃত্যু যুৱকৰ !

author img

By

Published : Oct 11, 2019, 4:22 PM IST

Updated : Oct 11, 2019, 7:52 PM IST

শিলচৰ মেডিকেল কলেজত উন্নত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ হোৱাক লৈ ৰাজপথলৈ ওলাই আহিল একাংশ ৰাইজ ৷ চিকিৎসাৰ অভাৱত সায়তন চক্ৰৱৰ্তী নামৰ যুৱকজনৰ মৃত্যুৰ ফলত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে ৷

চিকিৎসাৰ অভাৱত যুৱকৰ মৃত্যু

শিলচৰ, 11 অক্টোবৰ: শুকুৰবাৰে শিলচৰ মেডিকেল কলেজত উন্নত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ হোৱাক লৈ ৰাজপথলৈ ওলাই আহিল একাংশ ৰাইজ ৷ চিকিৎসাৰ অভাৱত সায়তন চক্ৰৱৰ্তী নামৰ যুৱকজনৰ মৃত্যুৰ ফলত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে ৷

উন্নত চিকিৎসাৰ অভাৱত যুৱকৰ মৃত্যু

প্ৰাপ্ত তথ্য অনুসৰি দশমীৰ দিনা হঠাতে হৃদ ৰোগত আক্ৰান্ত হৈ পৰে যুৱকজন ৷ ফলত তেওঁক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয়খনত উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ ফলত যুৱকজনক শ্বিলঙৰ নেইগ্ৰিমছলৈ লৈ যোৱা হয় যদিও আধা বাটতে প্ৰাণ হেৰুৱাই ৷ এই ঘটনাৰ পিচতে শিলচৰ মেডিকেল কলেজক লৈ প্ৰতিবাদমুখী হৈ পৰে শিলচৰৰ ৰাইজ ৷ উল্লেখযোগ্য যে দুৰ্গোৎসৱৰ বাবে ঘৰলৈ অহা পিতৃ-মাতৰ একমাত্ৰ সন্তান সায়তন কলিকতাত কৰ্মৰত আছিল ৷

Intro:বিনা চিকিসাত যুৱকৰ মৃত্যু সেইকাৰণে প্ৰতিবাদৰ আয়োজন স্থানীয় যুৱক সকলৰ।Body:হৃদ ৰোগত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ পিছত কোনো চিকিৎসা সেবা নথকাৰ বাবে শিলংৰ নিগ্ৰিমসলৈ লৈ যোৱাৰ পথত প্ৰাণ হেৰুৱাব লগা হল এক যুৱকৰ। মা-দেউতা অকলে সন্তান সায়ন্তন চক্ৰবৰ্ত্তী নামৰ পঁচিশ বছৰীয়া যুৱক জন সদ্যহতে এমবিএ পাশ কৰি কলকাতাত চাকৰিত যোগ দিছিল।পূজাৰ সময়ত শিলচৰৰ ঘৰত অহাৰ পিছত দশমীৰ দিনা হাৰ্ট এটাক হোৱাৰ পিছত শিলচৰ মেডিকেল কলেজত লৈ যোৱা হ'লে তাত এনজিও প্লাষ্টিৰ সুবিধা নথকাৰ বাবে শিলংৰ নিগ্ৰিমসলৈ পঠোৱা হৈছিল। কিন্তু বাটতেই প্ৰাণ হেৰোয়ালে সায়ন্তন। এই ঘটনাৰ পিছত শিলচৰৰ ৰাইজ শিলচৰ মেডিকেল কলেজৰ পৰিকাঠামোৰ উন্নয়নৰ বাবে আকৌ সোচ্চাৰ হৈ পৰিছে। Conclusion:আজি আবেলি সমসমদল
Last Updated : Oct 11, 2019, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.