ETV Bharat / state

শিলচৰত তুংগত কৃষি আইন বিৰোধী প্ৰতিবাদ - Sara Bharat Krishi Sabha

সাৰা ভাৰত কৃষক সভাৰ শিলচৰ শাখাৰ কৃষি আইনৰ বিৰোধিতাৰে সাব্যস্ত তীব্ৰ প্ৰতিবাদ ৷

Protest against agriculture bill in silchar assam etv bharat news
কৃষি আইন বিৰোধী প্ৰতিবাদ
author img

By

Published : Jan 7, 2021, 8:15 AM IST

কাছাৰ,7 জানুৱাৰী: তীব্ৰতৰ ৰূপত কৃষি আইন বিৰোধী প্ৰতিবাদ ৷ ৰাজধানী দিল্লীৰ সমান্তৰালকৈ কৃষি আইনৰ বিৰুদ্ধে আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ বুধবাৰে শিলচৰৰ ক্ষুদিৰাম বসুৰ প্ৰতিকৃতিৰ সমীপত এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সাৰা ভাৰত কৃষক সভাৰ কাছাৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক সুভাষ দেৱৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় ৷ অনতি পলমে কেন্দ্ৰীয় চৰকাৰে এই আইন প্ৰত্যাহাৰ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃ তিৱা পৰিষদলৈ পৰ্যাপ্ত পুঁজি আগবঢ়াব চৰকাৰে : ৰমাকান্ত দেউৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.