ETV Bharat / state

কাছাৰৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ মইমতালি

প্ৰধান শিক্ষকৰ দৌৰাত্ম্যত অতিষ্ঠ ভাৰত-বাংলা সীমান্তৰ এখন বিদ্যালয় ৷ কাছাৰ জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মইমতালিত ত্ৰাহি মধুসূধন দেখিছে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজ আৰু অভিভাৱকে ৷

কাছাৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ মইমতালি
author img

By

Published : Jul 6, 2019, 8:52 AM IST

কাছাৰ, 5 জুলাইঃ কাছাৰ জিলাৰ কাটিগৰাৰ ভাৰত-বাংলা সীমান্তৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ চৰম মইমতালিয়ে বাৰুকৈয়ে অতিষ্ঠ কৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক আৰু স্থানীয় ৰাইজক । সীমান্তৰ 1426 নং মহাদেৱপুৰ এল পি স্কুলৰ প্ৰধান শিক্ষক সুব্ৰত দেৱে নিজ খেয়ালখুঁচি মতে বিদ্যালয়লৈ আহ-যাহ কৰাৰ লগতে অনিয়মিতভাৱে শ্ৰেণীত পাঠদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
উল্লেখ্য যে, যোৱা নৱেম্বৰ মাহৰ পৰাই মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী ৷

Intro:NEWS Silchar 5Jul... কাছাৰ জিলাৰ কাটিগৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ এখন পাঠশালাৰ প্ৰধান শিক্ষকৰ মনমতিয়ালী। Body:NEWS Silchar 5Jul... কাছাৰ জিলাৰ কাটিগৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ এখন পাঠশালাৰ প্ৰধান শিক্ষকৰ মনমতিয়ালী। সীমান্তৰ 1426 নং মহাদেবপুর এল পি স্কুলৰ প্ৰধান শিক্ষক সুব্রত দেব এনেই কেতিয়াবা কেতিয়া স্কুলত আহে। স্কুলত যদিও আহে ছাত্ৰ ছাত্ৰী সকলক নপড়ায়। যোৱা নভেম্বৰ মাহৰ পিছত ছাত্ৰ ছাত্ৰী সকলক মধ্যাহ্ন ভোজনৰ খোৱাৰ দিয়া নাই । দুদিন আগতে হঠাতে স্কুলত আহি তেওঁ আন কেইজন লোকক কেই বস্তা চাউল আদি বিতৰণ আৰম্ভ কৰে । এয়া লৈ গাঁওৰ কেইজন প্ৰশ্ন কৰোতে তেওঁ ৰঙা চকু দেখুৱাই ভাবুকি দিয়ে আৰু পিছত কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি গাঁওৰ প্ৰতিজন মানুহেই অভিযোগ কৰিছে । বাইট......Conclusion:NEWS Silchar 5Jul... কাছাৰ জিলাৰ কাটিগৰাৰ ভাৰত বাংলাদেশ সীমান্তৰ এখন পাঠশালাৰ প্ৰধান শিক্ষকৰ মনমতিয়ালী। সীমান্তৰ 1426 নং মহাদেবপুর এল পি স্কুলৰ প্ৰধান শিক্ষক সুব্রত দেব এনেই কেতিয়াবা কেতিয়া স্কুলত আহে। স্কুলত যদিও আহে ছাত্ৰ ছাত্ৰী সকলক নপড়ায়। যোৱা নভেম্বৰ মাহৰ পিছত ছাত্ৰ ছাত্ৰী সকলক মধ্যাহ্ন ভোজনৰ খোৱাৰ দিয়া নাই । দুদিন আগতে হঠাতে স্কুলত আহি তেওঁ আন কেইজন লোকক কেই বস্তা চাউল আদি বিতৰণ আৰম্ভ কৰে । এয়া লৈ গাঁওৰ কেইজন প্ৰশ্ন কৰোতে তেওঁ ৰঙা চকু দেখুৱাই ভাবুকি দিয়ে আৰু পিছত কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি গাঁওৰ প্ৰতিজন মানুহেই অভিযোগ কৰিছে । বাইট......
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.