ETV Bharat / state

লায়লাপুৰ আৰক্ষীৰ হাতত জব্দ চেগুন কাঠ ভৰ্তি ট্ৰাক

author img

By

Published : Aug 1, 2020, 4:51 AM IST

মিজোৰামৰ পৰা শিলচৰলৈ প্ৰৱেশ কৰাৰ চেষ্টা চলাওতেই লায়লাপুৰ আৰক্ষীয়ে জব্দ কৰে চেগুন কাঠ ভৰ্তি ট্ৰাক ৷

police seized wood loaded Truck at Silchar

কাছাৰ, 1 আগষ্ট : মিজোৰামৰ পৰা শিলচৰত সৰবৰাহৰ চেষ্টা চলাওতেই লায়লাপুৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় চেগুন কাঠ ভৰ্তি ট্ৰাক ৷

লায়লাপুৰ আৰক্ষীৰ হাতত জব্দ চেগুন কাঠ ভৰ্তি ট্ৰাক

বৃহস্পতিবাৰে নিশা প্ৰায় 2 মান বজাত মিজোৰামৰ পৰা শিলচৰলৈ প্ৰৱেশ কৰা সময়তে চেগুন কাঠ ভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

লগতে চাওক-40 হাজাৰলৈ অতিক্ৰম ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.