ETV Bharat / state

ধৰ্ষণৰ চেষ্টাঃ ৰঙাঘৰলৈ খোদ আৰক্ষী

সোণাই বিধানসভা সমষ্টিৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এগৰাকী আৰক্ষী জোৱানে ধৰ্ষণৰ চেষ্টা চলাই এগৰাকী নাবালিকাক ৷ অৱশেষত নাবালিকাৰ পিতৃৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী জোৱান সঞ্জীৱক ৷

author img

By

Published : Mar 30, 2019, 11:32 PM IST

ধৰ্ষণৰ চেষ্টাঃ ৰঙাঘৰলৈ খোদ আৰক্ষী

শিলচৰ,30 মাৰ্চঃ নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত কাছাৰত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ এজন জোৱান ৷ ঘটনা অনুসৰি , সঞ্জীৱ শুক্লবৈদ্য নামৰ জোৱানজনে শনিবাৰে দুপৰীয়া প্ৰতিবেশী নাবালিকা গৰাকী বিদ্যালয়ৰ পৰা অহাৰ পাচতেই ঘৰত কোনো নথকাৰ সুযোগ লৈ আতিশয্য চলোৱাৰ চেষ্টা চলাই সঞ্জীৱে ৷ ধৰ্ষণৰ চেষ্টা চলাওঁতে নাবালিকা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত পলাই যায় আৰক্ষী জোৱান ৷ পাচত নাবালিকাগৰাকীৰ পিতৃয়ে ৰাঙ্গিৰখাড়ি আৰক্ষী চকীত সঞ্জীৱৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ পাচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সঞ্জীৱক ৷

Breaking News
নাবালিকা ছাত্ৰীক ধৰ্ষনৰ চেষ্টা চলাৰ অভিযোগত গ্ৰেফতাৰ হল অসম আৰক্ষীৰ এক জোয়ান ৷নাম সঞ্জীব শুক্লবৈদ্য ৷ ঘটনাটি সংগঠিত হইছে কাছাৰ জিলাৰ সোনাই বিধানসভাৰ উত্তৰকৃষ্ণপুৰত ৷ নাবালিকা ছাত্ৰী সঞ্জীবৰ প্ৰতিবেশী ৷আজি দুপৰীয়া স্কুলৰ পৰা আহে নাবালিকা গৰাকী ৷ ঘৰত কোনো না আছিল ৷এই সুযোগ লই সঞ্জীৱ তেওঁৰ ঘৰত জোৰজবৰদস্তি হোমাই যায় ৷ধৰ্ষণৰ চেষ্টা চলাই ছিলে ৷নাবালিকাৰ চিৎকাৰ দিলে সঞ্জীৱ পলাই যায় ৷পাছত ছোৱালীৰ পিতৃ ৰাঙ্গিৰখাড়ি পুলিচৰ ফাঁড়িত সঞ্জীবৰ বিৰুদ্ধে গুছৰ ৰুজু কৰে ৷আৰক্ষী সঞ্জীবক গ্ৰেফতাৰ কৰে ৷
Footage FTP
Slug Silchar Rap try
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.