ETV Bharat / state

শিলচৰত আছাম ৰাইফলছৰ অভিযানত ধৃত বিদ্ৰোহী সদস্য

author img

By

Published : Jun 4, 2019, 11:48 PM IST

শিলচৰত মঙলবাৰে আছাম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষীযে যুটীয়া অভিযানৰ নেতৃত্ব দি আটক কৰে এগৰাকী সন্দেহজনক বিদ্ৰোহী সদস্য ৷ বিদ্ৰোহী সদস্যজন এইছ পি চি গোটৰ বুলি জানিব পৰা গৈছে ৷

ধৃত বিদ্ৰোহী সদস্যজন

শিলচৰ, 4 জুনঃ বিদ্ৰোহীৰ বিৰুদ্ধে এক সফল অভিযান সম্পন্ন কৰিছে কাছাৰ আৰক্ষীয়ে ৷ জিলাখনৰ লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত 37 আছাম ৰাইফলছে সম্পন্ন কৰে এই অভিযান ৷

EtvBharatAssam
ধৃত অস্ত্ৰ-শস্ত্ৰ

অভিযানৰ সময়ত মাৰখাওলিনৰ পৰা এগৰাকী এইছ পি চি বিদ্ৰোহী সদস্যক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷ আটকাধীন সদস্যগৰাকী লক্ষীপুৰ কে-বেঠেলৰ বাসিন্দা লালবিয়া কুং বুলি জানিব পৰা গৈছে ৷ লালবিয়া কুঙৰ ভাষ্যৰ ভিত্তিতে আৰক্ষীয়ে গোবিন্দপুৰ দিগাৰ গাঁৱৰ এঘৰত তালাচী চলাই বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

EtvBharatAssam
ধৃত বিদ্ৰোহী সদস্যজন

তালাচী অভিযানৰ সময়ত আছাম ৰাইফলছৰ দলটোৱে এটা AK 56, এটা MK 33, 53 জাঁই 7.55mm সজীৱ গুলী আৰু 10 জাঁই 5.56mm সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰু পঢ়কঃ লখিমপুৰত আৰক্ষীৰ জালত মুন্নাভাই

Intro:Body:

hpc cadres arrested

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.