ETV Bharat / state

কাছাৰত লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন - No social Distance At Cashar Fatak BAZAR

লকডাউন উলংঘা কৰি কাছাৰৰ ফাটক বজাৰত হাজাৰ-হাজাৰ লোকৰ ভিৰ ৷ ফলত কাছাৰৰ জিলা প্ৰশাসনে ইতিমধ্যে শিলচৰৰ ফাটক বাজাৰ আৰু নিউ মাৰ্কেট বন্ধ কৰি দিছে ।

ETV BHARAT
কাছাৰত ডাউন উলংঘা কৰাৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন
author img

By

Published : May 24, 2020, 3:36 PM IST

কাছাৰ,24 মেঃ লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কাছাৰ জিলা প্ৰশাসন ৷ ইতিমধ্যে শিলচৰৰ ফাটক বজাৰ আৰু নিউ মাৰ্কেট বন্ধ কৰি দিছে প্ৰশাসনে ।

কাছাৰত ডাউন উলংঘা কৰাৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন

ৰাজ্যত এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ইতিমধ্যে প্ৰশাসনৰ লগতে সষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ ৷ তেনে সময়তে কাছাৰত দেখিবলৈ পোৱা গ'ল এক বিপৰীত দৃশ্য ৷ লকডাউনৰ নীতি-নিয়ম উলংঘা কৰি একাংশ অসচেতন লোকে বজাৰলৈ ওলাই অহাৰ পৰিলক্ষিত হৈছে ৷ কোনো কান-সাৰ নাই লকডাউনৰ প্ৰতি ৷ উক্ত ঘটনাত ক্ষুব্ধ হৈ দেওবাৰে কাছাৰৰ জিলা প্ৰশাসনে শিলচৰৰ ফাটক বাজাৰ আৰু নিউ মাৰ্কেট বন্ধ কৰি দিছে । উল্লেখ্য যে চৰকাৰে লকডাইন ব্যৱস্থাটো কিছু কিছু দিশত শিথিলতাৰ নিৰ্দেশ দিছিল যদিও কাছাৰত শিলচৰৰ ফাটক বাজাৰত কোনো সামাজিক দুৰত্ব বজাই নাৰাখি ভিৰ কৰে ৰাইজে ৷ বজাৰখনত এনেদৰে ৰাইজে ভিৰ কৰাত এতিয়া ভয়ানক পৰিস্থিতি সৃষ্টি হ'ব বুলি একাংশ সচেতন মহলত প্ৰশ্ন উদয় হৈছে ৷

লগতে পঢ়ক- আইন অমান্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.