ETV Bharat / state

শিলচৰত এমআইটি কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Jan 29, 2021, 10:42 PM IST

শুকুৰবাৰে ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰ এনআইটিৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিলচৰ এনআইটিৰ চৌহদত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ যোৱা 22 জানুৱাৰী পৰা এনআইটিৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰা কথা সাংবিদকক জানিবলৈ দিছে ৷

NIT Master Roll Employees Went On Strike Demanding Job Security
শিলচৰত এমআইটি কৰ্মচাৰীৰ প্ৰতিবাদ

শিলচৰ, 29 জানুৱাৰী : শুকুৰবাৰে শিলচৰ চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এনআইটিৰ কৰ্মচাৰী সকলে ৷ কৰ্মচাৰী সকলে ন্যায্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপয়ন কৰে ৷ যোৱা 22 জানুৱাৰী পৰা এনআইটিৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰা কথা সাংবিদকক জানিবলৈ দিছে ৷

শিলচৰত এমআইটি কৰ্মচাৰীৰ প্ৰতিবাদ

প্ৰতিবাদস্থলীত সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰী সকলে কয়, শিলচৰ এনআইটিৰ মাষ্টাৰ ৰুলৰ কর্মচাৰীসকলৰ চাকৰি আজিও স্থায়ীকৰণ হোৱা নাই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰ্মচাৰী সকলৰ চাকৰি স্থায়ীকৰণৰ ক্ষেত্ৰত নিৰ্দেশ জাৰি কৰিছিল যদিও আজিকোপতি চাকৰি স্থায়ীকৰণ নহ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে এনআইটি কৰ্মচাৰীসকলে ৷

ইয়াৰ সমান্তৰালভাৱে কৰ্মচাৰী সকলে আজিও বহু সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰিছে ৷ যিসকলে এনআইটিত কাম কৰি অৱসৰ গ্ৰহণ কৰিলে, সেই সকলে বৰ্তমানেও প্ৰাপ্যখিনি পোৱা নাই ৷ এনে পৰিপেক্ষিতে এনআইটিৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বুলি সাংবাদিকক জানিবলৈ দিছে ৷

লগতে পঢ়ক: পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.