শিলচৰ, 20 ছেপ্তেম্বৰ : বিধ্বংসী অগ্নিকাণ্ডত কাছাৰ জিলাৰ মাছিমপুৰ বজাৰত ক্ষতিগ্রস্ত হোৱা অঞ্চল পৰিদৰ্শন বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথৰ ৷ উক্ত অঞ্চল পৰিদৰ্শন কৰি ভুক্তভোগীৰ সৈতে মত বিনিময় কৰে বিধায়ক গৰাকীয়ে ৷

আনহাতে, অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ভুক্তভোগী সকলক সহায় কৰাৰ আশ্বাস বিধায়ক গৰাকীৰ ৷ চৰকাৰীভাবে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান বিধায়ক গৰাকীৰ ৷

লগতে পঢ়ক : অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে খেতিৰ ফচল