ETV Bharat / state

মিজো দুৰ্বৃত্তৰ অসমৰ ভূমি অবৈধ দখল অব্যাহত - লায়লাপুৰ

লায়লাপুৰত থকা বন সংমণ্ডলৰ বন বিষয়া মনোজ সিনহা আৰু পাঁচজন বন কৰ্মীৰ লগতে 1st AFPF বেটলিয়নৰ জোৱানেও জুই নিৰ্বাপন কৰাত ব্যথ হৈ পৰে ৷ কিয়নো সেই ঠাইলে গ’লে মিজো আৰক্ষী আৰু দুৰ্বৃত্তই বাধা প্ৰদান কৰে ৷ যাৰ ফলত সম্প্ৰতি উক্ত অঞ্চলটোত বসবাস কৰা অসমৰ স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে ৷ সেই হেতুকে উক্ত অঞ্চলত স্থানীয় ৰাইজে নিৰাপত্তাবাহিনী মোতায়ন কৰাৰ দাবী উত্থাপন কৰিছে ৷

মিজো দুৰ্বৃত্তৰ অসমৰ ভূমি অবৈধ দখল অব্যাহত

author img

By

Published : Apr 7, 2021, 10:51 PM IST

কাছাৰ,7 এপ্ৰিলঃ মিজোৰাম সীমান্তবৰ্ন্তী ধলাইৰ ৰেংটি পাহাৰত অবৈধ ভাবে দখল অব্যাহত ৰাখিছে মিজোৰামে ৷ মিজোৰামৰ ৰেংটি পাহাৰৰ বিভিন্ন অঞ্চলত অগ্নি সংযোগ কৰিছে মিজো দুৰ্বৃত্তই ৷ লায়লাপুৰত থকা বন সংমণ্ডলৰ বন বিষয়া মনোজ সিনহা আৰু পাঁচজন বন কৰ্মীৰ লগতে 1st AFPF বেটলিয়নৰ জোৱানেও জুই নিৰ্বাপন কৰাত ব্যথ হৈ পৰে ৷ কিয়নো সেই ঠাইলে গ’লে মিজো আৰক্ষী আৰু দুৰ্বৃত্তই বাধা প্ৰদান কৰে ৷ যাৰ ফলত সম্প্ৰতি উক্ত অঞ্চলটোত বসবাস কৰা অসমৰ স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে ৷ সেই হেতুকে উক্ত অঞ্চলত স্থানীয় ৰাইজে নিৰাপত্তাবাহিনী মোতায়ন কৰাৰ দাবী উত্থাপন কৰিছে ৷

মিজো দুৰ্বৃত্তৰ অসমৰ ভূমি অবৈধ দখল অব্যাহত

ইপিনে সদৌ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সংগঠনৰ উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থই বুধবাৰে সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মিজো আগ্ৰাসনৰ ঘটনাক তীব্ৰ নিন্দা কৰে ৷ মিজো আগ্ৰাসনৰ কাৰণে নেতাজনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰে ৷

লগতে পঢ়কঃ মটক সকলৰ হেৰাই যাব ধৰা গছতলৰ বিহুৰ আখৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.