ETV Bharat / state

দলং নিৰ্মাণৰ বিৰোধিতাৰে স্মাৰকপত্ৰ প্ৰদান শিলচৰত

শনিবাৰে দলং নিৰ্মাণৰ বিৰোধিতাৰে উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰা হয় শিলচৰত ৷ অন্নপূৰ্ণাঘাটত বৰাক নৈৰ ওপৰত প্ৰস্তাৱিত দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছিল জিলা প্ৰশাসনে ৷ সম্প্ৰতি উক্ত সিদ্ধান্তৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে ৷

শিলচৰ
দলং নিৰ্মাণৰ বিৰোধিতা
author img

By

Published : Jan 18, 2020, 6:14 PM IST

শিলচৰ,18 জানুৱাৰীঃ কাছাৰ জিলাৰ শিলচৰ চহৰৰ লগত সংলগ্ন হৈ আছে এক বৃহৎ অঞ্চল ৷ জিলাখনৰ দুধপাতিল,বদৰপুৰ,মাছিমপুৰ,খৰিল,ডলু,ৰামপুৰ,হাতিছৰা আদি বৃহত্তৰ অঞ্চলসমূহ সংলগ্ন হৈ আছে শিলচৰৰ লগত ৷ কেইবাখনো গাওঁ সংযোগী অন্নপূৰ্ণাঘাটত বৰাক নৈৰ ওপৰত প্ৰস্তাৱিত দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছিল জিলা প্ৰশাসনে ৷ সম্প্ৰতি উক্ত সিদ্ধান্তৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে ৷

দলং নিৰ্মাণৰ বিৰোধিতা

বিষয়টো সন্দৰ্ভত শনিবাৰে কাছাৰৰ উপায়ুক্ত বৰ্ণালী শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ প্ৰস্তাৱিত দলংখন নিৰ্মাণ হ’লে শিলচৰৰ চৈতন্য নগৰ,স্বামীজী ৰোডৰ দীৰ্ঘদিনৰ পৰা বাস কৰি অহা কেইবাটাও পৰিয়াল উচ্ছেদ হ’ব ৷ ইতিমধ্যে উক্ত প্ৰসংগত উচ্ছেদ কৰিবলৈ প্ৰশাসনে পৰিয়ালকেইটালৈ জাননী প্ৰেৰণ কৰিছে । দলংখন নিৰ্মাণৰ ফলত বহুসংখ্যক লোক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে চহৰখনত তীব্ৰ যান-জঁট সৃষ্টি হ’ব ৷ সেয়ে উক্ত অঞ্চলত দলংখন নিৰ্মাণ নকৰি অন্য ঠাইত নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনক অনুৰোধ জনায় ৷

লগতে চাওকঃ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে শপত ল'লে যোগেন মহন - সঞ্জয় কিষাণে

Intro:বৰাক সেতুৰ বিৰোধিতা
NEWS Silchar 18Jan.. শিলচৰ চহৰৰ লগতে বৃহত্তৰ দুধপাতিল, বদৰপুৰ, মাছিমপুৰ, খৰিল, ডলু, ৰামপুৰ, হাতিছৰা আদি কেইবাটাও গাওঁ সংযোগকাৰী ।Body:বৰাক সেতুৰ বিৰোধিতা NEWS Silchar 18Jan.. শিলচৰ চহৰৰ লগতে বৃহত্তৰ দুধপাতিল, বদৰপুৰ, মাছিমপুৰ, খৰিল, ডলু, ৰামপুৰ, হাতিছৰা আদি কেইবাটাও গাওঁ সংযোগকাৰী অন্নপূৰ্ণাঘাটৰ বৰাক নৈৰ উপৰ বনাবলৈ যোৱা প্ৰস্তাৱিত দলং নিৰ্মাণৰ বিৰোধিতা কৰিছে এইপাৰৰ স্থানীয় ৰাইজে। তেওঁ কাছাৰৰ জিলা উপয়ুক্ত বৰ্ণালী শৰ্মাৰ লগত সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ এই সন্দৰ্ভত প্ৰদান কৰি কয় এই দলংখন নিৰ্মাণ কৰা হ'লে শিলচৰ চহৰৰ চৈতন্যনগৰ, স্বামীজি ৰোডৰ ঘন বসতিপূৰ্ণ ঠাইৰ কেইবা শত পৰিয়াল পুৰুষানুক্ৰমে বসবাস কৰি অহা বাড়ীঘৰ ভিটামাটিৰ পৰা উচ্ছেদ হ'ব। উচ্ছেদ কৰিব'লৈ ইতিমধ্যে প্ৰশাসন জাননী জাৰি কৰিছে। এই বিশাল সংখ্যক মানুহ স্থায়ী বাড়িঘৰ এৰি কত যাব, কেনেকৈ নতুন কৈ জমি, বাড়ি, ঘৰ ব্যবস্থা কৰিব? অকলে এয়াই নহয়, দলংখন নিৰ্মাণ কৰাৰ সময়ত চহৰত যানজঁট সৃষ্টি হব, চহৰত নতুন কৈ ট্ৰাফিক সমস্যা দেখা দিব। তেওঁ পিছত এই ঠাইত দলংখন নিৰ্মাণ ন'কৰি আন ঠাইত নিৰ্মাণ কৰিবলৈ কয়। --- বাইটConclusion:বৰাক সেতুৰ বিৰোধিতা
NEWS Silchar 18Jan.. শিলচৰ চহৰৰ লগতে বৃহত্তৰ দুধপাতিল, বদৰপুৰ, মাছিমপুৰ, খৰিল, ডলু, ৰামপুৰ, হাতিছৰা আদি কেইবাটাও গাওঁ সংযোগকাৰী অন্নপূৰ্ণাঘাটৰ বৰাক নৈৰ উপৰ বনাবলৈ যোৱা প্ৰস্তাৱিত দলং নিৰ্মাণৰ বিৰোধিতা কৰিছে এইপাৰৰ স্থানীয় ৰাইজে। তেওঁ কাছাৰৰ জিলা উপয়ুক্ত বৰ্ণালী শৰ্মাৰ লগত সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ এই সন্দৰ্ভত প্ৰদান কৰি কয় এই দলংখন নিৰ্মাণ কৰা হ'লে শিলচৰ চহৰৰ চৈতন্যনগৰ, স্বামীজি ৰোডৰ ঘন বসতিপূৰ্ণ ঠাইৰ কেইবা শত পৰিয়াল পুৰুষানুক্ৰমে বসবাস কৰি অহা বাড়ীঘৰ ভিটামাটিৰ পৰা উচ্ছেদ হ'ব। উচ্ছেদ কৰিব'লৈ ইতিমধ্যে প্ৰশাসন জাননী জাৰি কৰিছে। এই বিশাল সংখ্যক মানুহ স্থায়ী বাড়িঘৰ এৰি কত যাব, কেনেকৈ নতুন কৈ জমি, বাড়ি, ঘৰ ব্যবস্থা কৰিব? অকলে এয়াই নহয়, দলংখন নিৰ্মাণ কৰাৰ সময়ত চহৰত যানজঁট সৃষ্টি হব, চহৰত নতুন কৈ ট্ৰাফিক সমস্যা দেখা দিব। তেওঁ পিছত এই ঠাইত দলংখন নিৰ্মাণ ন'কৰি আন ঠাইত নিৰ্মাণ কৰিবলৈ কয়। --- বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.