ETV Bharat / state

বৰাকত পুনৰ 9 দিনৰ বাবে লক ডাউন ঘোষণা

author img

By

Published : Aug 27, 2020, 3:44 PM IST

বৰাক উপত্যকাৰ তিনিখন জিলাত পুনৰ 9 দিনৰ বাবে লক্ ডাউন ঘোষণা ৷ পুৱা 5 বজাৰ পৰা আৰম্ভ হৈছে লক্ ডাউন ৷ কোনো লোকে যদি এই নিয়ম ভংগ কৰে তেতিয়াহলে প্ৰশাসনৰ ফালৰ পৰা বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ ৷

LOCK DOWN EXTEND IN CACHAR DISTRICT
বৰাকত পুনৰ 9 দিনৰ বাবে লক ডাউন ঘোষণা

শিলচৰ, 27 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংথ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে কাছাৰ জিলাতো কৰ'ণা মহামাৰীয়ে এক প্ৰকাৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷

শেহতীয়াকৈ ক'ভিড-19 ৰ ভয়াবহতাৰ বাবে পুনৰ বৰাক উপত্যকাৰ তিনিখন জিলাত 9 দিনৰ বাবে লক্ ডাউন ঘোষণা কৰিছে প্ৰশাসনে ৷ পুৱা 5 বজাৰ পৰা আৰম্ভ হৈছে লক্ ডাউন ৷ লক্ ডাউনৰ নীতি অনুসৰি, প্ৰয়োজনীয় সামগ্ৰীৰ বাহিৰে বাকী সকলো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব বুলি জানিব পৰা গৈছে ৷ আনহাতে, কোনো লোকে যদি এই নিয়ম ভংগ কৰে তেতিয়াহলে প্ৰশাসনৰ ফালৰ পৰা বিহিত ব্যৱস্থা লোৱা হ'ব বুলি প্ৰশাসনৰ লোকে মন্তব্য কৰে ৷

বৰাকত পুনৰ 9 দিনৰ বাবে লক ডাউন ঘোষণা

লগতে পঢ়ক : অসম চৰকাৰৰ পাঁচটা বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.