ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰাক উপত্যকাত স্মৰণ মহাবীৰ লাচিতক

শিলচৰত লাচিত দিৱসৰ বৰ্ণাঢ্য আয়োজন ৷ অসমবাসীয়ে জন্মদিৱসত সোঁৱৰিলে দেশপ্ৰেম তথা সাহসৰ প্ৰতীক মহাবীৰ লাচিতক ৷

বীৰ লাচিতৰ সোঁৱৰণেৰে লাচিত দিৱস উদযাপন
author img

By

Published : Nov 24, 2019, 12:36 PM IST

শিলচৰ, 24 নৱেম্বৰঃ আজি লাচিত দিৱস ৷ অসমৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিতৰ আজি জন্মদিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক ৷ শিলচৰত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে উদযাপন লাচিত দিৱসৰ ৷ হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম বেংগলী হিন্দু এছ’চিয়েছন' (আভা) ৰ যুটীয়া উদ্যোগত শিলচৰৰ গান্ধীবাগ পথাৰত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱসৰ ৷

বীৰ লাচিতৰ সোঁৱৰণেৰে লাচিত দিৱস উদযাপন

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী ৷ বীৰ লাচিতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থ, শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পাল আৰু আয়োজক সংগঠন দুটাৰ কৰ্মকৰ্তাসকলে ৷ শিলচৰ ডিএছএ'ৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷

আৰু পঢ়কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ আপচুৰ

Intro:বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় দৃঢ় কৰাৰ লক্ষ্যৰে পোন প্ৰথমবাৰৰ বাবে শিলচৰত Body:SLUG : LACHIT DIVAS.

কেন্দ্ৰীয় লাচিত দিৱস উদযাপন কৰা হৈছে । হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু সাৰা আসাম বেংগলি হিন্দু এচচিয়েছন' সংক্ষেপে আভা'ৰ যুটীয়া উদ্যোগত শিলচৰৰ গান্ধীবাগ পথাৰত বিস্তৰ কাৰ্যসূচীৰ জৰিয়তে লাচিত দিৱস উদযাপনৰ কাৰ্যসূচী পোৱা আট বজাত বন্তি প্ৰজ্জলনৰ জৰিয়তে আৰম্ভ হৈছে। বীৰ লাচিতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি বন্তি প্ৰজ্জলন কৰে জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থ, শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পাল আৰু দুটা সংগঠনৰ কৰ্মকৰ্তা সকলে।

ইয়াৰ পিছত আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰা । শিলচৰ ডিএছএ'ৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সকলে এই শোভাযাত্ৰাত ভাগ লৈছে। শোভাযাত্ৰা চহৰৰ পাৰ্ক ৰোড, চেন্ট্ৰল ৰোড, নাজিৰপট্টি, প্ৰেমতলা, হাচপাতাল ৰোড, নেতাজি সুভাষ এভেন্যু আদি বিভিন্ন পথ পৰিক্ৰমা কৰে। ইয়াৰ পিছত আৰু বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হব লাচিত দিৱস। আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈছে মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্বাধিকাৰ জনাৰ্দ্দন দেবগোস্বামী ।Conclusion:2বজাত আৰম্ভ হব মুকলি সভা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.