ETV Bharat / state

কাছৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন

কাছৰৰ বৰখলা সমষ্টিৰ নাৰাইনছড়াত ৰামলাল ৰবিদাস নামৰ এজন লোক আক্ৰান্ত হয় জাপানিজ এনকেফেলাইটিছত

author img

By

Published : Jul 10, 2019, 8:04 AM IST

Updated : Jul 10, 2019, 9:07 AM IST

জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত কাছৰৰ ৰামলাল

কাছাৰ,10জুলাই : ৰাজ্যত অব্যাহত আছে জাপানিজ এনকেফেলাইটিছৰ আতংক । কাছৰৰ বৰখলা সমষ্টিৰ নাৰাইনছড়াত এগৰাকী ব্যক্তি আক্ৰান্ত হৈছে এনকেফেলাইটিছ ভাইৰাছত । ব্যক্তিজনৰ নাম ৰামলাল ৰবিদাস । ৰামলাল বৰ্তমান চিকিৎসাধীন হৈ আছে শিলচৰ মেডিকেল কলেজত ।

ইফালে, জাপানিজ এনকেফেলাইটিছৰ বাবে আতংকিত হৈ পৰিছে অঞ্চলবাসী । অঞ্চলটোত সজাগতা সৃষ্টিৰ লগতে উন্নত চিকিৎসাৰ বাবেও দাবী জনায় ।

Intro:Body:কাছৰত আইছা জাপানিজ এনকেফেলাইটিছ ভাইৰাছত ৷কাছৰৰ বৰখলা সমষ্টিৰ নাৰাইনছড়াত এগৰাকী ব্যক্তি এনকেফেলাইটিছ ভাইৰাছত আক্ৰান্ত হইছে৷ ব্যক্তিজনৰ নাম ৰামলাল ৰবিদাস (৪৫) ৷বৰ্তমান তেওঁৰ চিকিৎসা শিলচৰ মেডিকেল কলেজত চলিছে ৷এফালে এনকেফেলাইটিছ ভাইৰাছত আক্ৰান্তলৈ স্থানীয় ৰাইজে ভয়তে স্বাস্থ্য বিভাগৰ কাকত মানুহৰ নিৰাপত্তা বিচাৰি বিহিত ব্যৱহাৰ দাবী কৰিলে৷ আনফালে বৰখলা নাগৰিক অধিকাৰ ৰক্ষা সমিতি আৰু সেডো সংস্থা বৰখলা স্বাস্থ্যকেন্দ্ৰৰ বৰ্তমান চিকিৎসা সেবাৰ উপৰত ক্ষোভ প্ৰকাশ কৰি উন্নত চিকিৎসা সেবাৰ ব্যৱস্থা কৰাৰ বিভাগৰ কাকত অনুৰোধ কৰে৷ Conclusion:
Last Updated : Jul 10, 2019, 9:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.