- শিলচৰত অবৈধ সুৰাৰ বিৰুদ্ধে যৌথ প্ৰতিবাদ
- মহিলা-পুৰুষ তথা হিন্দু-মুছমানকে ধৰি সকলোৱে ভাগ লয় প্ৰতিবাদী ৰেলীত
- মহিলা সকলক সজাগ কৰাৰ চেষ্টা প্ৰতিবাদকাৰীৰ
- মদৰ দোকান বন্ধ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ
শিলচৰত সুৰাৰ বিৰুদ্ধে জোঁৰ সমদল - শিলচৰ
ৰংপুৰ এলেকাত মদৰ দোকান বন্ধ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ
শিলচৰত সুৰাৰ বিৰুদ্ধে জোঁৰ সমদল
- শিলচৰত অবৈধ সুৰাৰ বিৰুদ্ধে যৌথ প্ৰতিবাদ
- মহিলা-পুৰুষ তথা হিন্দু-মুছমানকে ধৰি সকলোৱে ভাগ লয় প্ৰতিবাদী ৰেলীত
- মহিলা সকলক সজাগ কৰাৰ চেষ্টা প্ৰতিবাদকাৰীৰ
- মদৰ দোকান বন্ধ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ
News Silchar
শিলচৰৰ হিন্দু মুছলিম একহৈ মোদৰ বিৰুদ্ধে সৰৱ হৈছে ।মণিপুৰী সম্প্ৰদায়ৰ মহিলা সকলে অযোজিত কৰে এক প্ৰতিবাদী ৰেলী ।শিলচৰৰ উধাৰবন্ধ সমষ্টিৰ ৰংপুৰ এলেকাৰ বিভিন্ন ঠাই পৰিকমা কৰি নেচার বিৰূদ্ধে সজাগতা কৰিতুলাৰ চেষ্টা কৰে ।ৰেলিত অংশগ্ৰহণ কৰে হিন্দু মুছলিম মণিপুৰী তাৰ লগতে মহিলা কিশোৰ যুৱক । প্রতিবাদী এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলাই কয় ৰংপুৰ এলেকাত মদৰ দোকান বন্ধ কৰিব লাগিব ।নতুম কৰি মদৰ laisence দেয়া বন্ধ কৰিব লাগে ।
Footage ftp
Slug silchar Silchar Moira paint 1/2/3 4