ETV Bharat / state

কাইলৈৰ পুনৰ নিৰ্বাচনৰ বাবে সাজু কাছাৰ জিলা প্ৰশাসন - higher police officials visited sonai repolling center

কাইলৈ কাছাৰ জিলাৰ সোনাই বিধানসভা সমষ্টি ধনহেৰিৰ 463 নং মধ্য ধনেহৰি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ‘ব পুনৰ নিৰ্বাচন ৷ পুনৰ নিৰ্বাচনৰ বাবে এতিয়া নিৰ্বাচনী বিষয়াসকলৰ লগতে সাজু হৈ পৰিছে কাছাৰ জিলা প্ৰশাসন ৷

higher-police-officials-visited-sonai-repolling-center
কাইলৈৰ পুনৰ নিৰ্বাচনৰ বাবে সাজু কাছাৰ জিলা প্ৰশাসন
author img

By

Published : Apr 19, 2021, 10:34 PM IST

শিলচৰ, 19 এপ্ৰিল: কাছাৰ জিলাৰ সোনাই বিধানসভা সমষ্টি ধনহেৰিৰ 463 নং মধ্য ধনেহৰি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ‘ব পুনৰ নিৰ্বাচন ৷ ইতিমধ্যে ভোটকেন্দ্ৰখনত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷

higher-police-officials-visited-sonai-repolling-center
কাইলৈৰ পুনৰ নিৰ্বাচনৰ বাবে সাজু কাছাৰ জিলা প্ৰশাসন

সোমবাৰে ভোটকেন্দ্ৰটোত নিৰাপত্তাৰ দিশ পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় আই জি দেৱজিৎ মুখাৰ্জী, আইজিপি দীপক কেডিয়া আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি. আৰ. মিনা ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি কাইলৈ উক্ত কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰক্ৰিয়াৰ বুজ লয় শীৰ্ষ আৰক্ষী বিষয়াসকলে ৷

উল্লেখ্য যে, উক্ত ভোট কেন্দ্ৰটোত আছে এক হাজাৰতকৈও অধিক ভোটাৰ ৷ কাইলৈ উক্ত কেন্দ্ৰটোত সুৰক্ষাৰ দায়িত্বত থাকিব সত্তৰজনতকৈও অধিক আৰক্ষীৰ লোক ৷

লগতে পঢ়ক : 1 মে'ৰ পৰা দেশত তৃতীয় পৰ্যায়ত কৰ'ণা প্ৰতিষেধক প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.