ETV Bharat / state

কাঠিগড়াত নিৰ্বাচন খেলিব গৌতম ৰয়ে !

author img

By

Published : Sep 9, 2019, 10:58 PM IST

কাঠিগড়াত আজি এক দলীয় সভাত যোগদান কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত তেঁও কাঠিগড়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেঁও এই সিদ্ধান্ত দলে ল'ব বুলি কৈ তেঁও কৌশলগত ভাৱে প্ৰশ্নটোৰ পৰা আঁতৰি থাকে৷

বৰাকৰ ৰাজনীতিৰ নতুন সমীকৰণ: কাঠিগড়াত নিৰ্বাচন খেলিব নেকি গৌতম ৰয়ে !!

হাইলাকান্দি, 9 ছেপ্তেম্বৰ: বিজেপিত এমহীয়া হ'ল গৌতম ৰয় আৰু তাৰ সমানে সমানে বৰাকত এতিয়া এক নতুন ৰাজনৈতিক সমীকৰণ ৷ কংগ্ৰেছ এৰি বিজেপি যোগদানৰ এমাহ পূৰ্ণ হোৱা দিনা সোমবাৰে কাঠিগড়াত উপস্থিত হল গৌতম ৰয় ৷ কাঠিগড়াত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ন-বিজেপি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয়, "এতিয়া কংগ্ৰেছৰ দিন নাই বিজেপিৰ হে দিন, কংগ্ৰেছত কোনো নীতি নিয়ম নাই কেৱল বিজেপিত আছে"৷ কাঠিগড়াত আজি এক দলীয় সভাত যোগদান কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত তেঁও কাঠিগড়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেঁও এই সিদ্ধান্ত দলে ল'ব বুলি কৈ তেঁও কৌশলগত ভাৱে প্ৰশ্নটোৰ পৰা আঁতৰি থাকে৷

ইয়াৰ পাছতেই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ কাঠিগড়া ভ্ৰমণকলৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে বৰাকৰ ৰাজনৈতিক মহলত ৷ দলে টিকট দিলে কাঠিগড়াৰ পৰাও নিৰ্বাচন খেলিবলৈ সাজু নেকি গৌতম ৰয়? যদি গৌতম ৰয়ে কাঠিগড়া সমষ্টিত বিজেপিৰ টিকট লাভ কৰে তেন্তে কি হ'ব সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অমৰ চান্দ জৈনৰ? বৰাকৰ সৰ্বত্ৰে এতিয়া এই প্ৰশ্ন ৷

ন-বিজেপি গৌতম ৰয়ৰ চকুত নতুন সপোন

Intro:SLUG :: বৰাকৰ ৰাজনীতিত নতুন সমীকৰণ। কাঠিগড়াত নিৰ্বাচন খেলিব গৌতম ৰয়ে!

Body:O/C :: এমাহ পূৰ্ণ হল গৌতম ৰয়ৰ কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ। এতিয়া গৌতম ৰয়ৰ চকুত নতুন সপোন। কাঠলিছেড়াৰ পৰিবৰ্তে এতিয়া কাছাৰৰ কাঠিগড়াৰ পৰা ২০২১ৰ বিধানসভা নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ প্ৰস্তুতি লৈছে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে।

Conclusion:V/O :: কংগ্ৰেছত থকাৰ পৰ‍ কৰি আহিছু বিজেপিৰ ক‍াম। কংগ্ৰেছত নাই কোন শৃঙ্খলা, কিন্তু বিজেপিত হেনু আছে শৃঙ্খলা পৰায়নতা। এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়ৰ। অতিক্ৰম হল গৌতম ৰয়ে বিজেপিত যোগদানৰ এমাহ। এই এমাহে ক্ৰমাত শান্ত হৈছে বৰাক বিজেপিত গৌতম ৰয়ৰ যোগদানকলৈ উঠা ধুমুহা। এতিয়া গৌতম ৰয়ৰ নজৰ কাছাড়ৰ কাঠিগড়া বিধানসভা সমষ্টিত। সেই বাবে সোমবাৰে কাঠিগড়াত উপস্হিত হয় গৌতম ৰয়। তাত বিজেপিৰ এক‍াধিক সাংঘঠনিক সভাত যোগদান কৰে গৌতম ৰয়ে। লগতে বিভিন্ন ঠাইত গৌতম ৰয়ক দিয়া হয় সংবৰ্ধনা। ২০২১ৰ বিধানসভা নিৰ্বাচনত কাঠিগড়া হব নেকি গৌতমৰ পছন্দৰ আসন? সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত গৌতম ৰয়ে বল ঠেলি দিয়ে দলীয় হাইকমাণ্ডৰ কোৰ্টত। অৰ্থাৎ দলে টিকেট দিলে কাঠিগড়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে গৌতম ৰয়ে। কিন্তু তেনে হলে কি হব বৰ্তম‍ান বিধায়ক অমৰ চান্দ জৈনৰ? এই প্ৰশ্ন এতিয়া বৰাকৰ সৰ্বত্ৰ।

byte :: Gautam Roy

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.