ETV Bharat / state

ৰেল লেভেল ক্ৰচিঙ স্থাপনৰ দাবীত প্ৰতিবাদৰ হুংকাৰ কাটাখালত

বহু প্রতীক্ষিত হাইলাকান্দি জিলাৰ কাটাখাল আৰু জানকীবাজাৰ সংযোগী পথৰ কাটাখাল অংশটোত ৰেলপথৰ লেভেল ক্রচিঙৰ দাবী বাস্তবায়িত নোহোৱাৰ প্রতিবাদত গণতান্ত্রিক পদ্ধতিত আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত ‘স্বচ্ছ’ নামৰ সামাজিক সংগঠনৰ ।

author img

By

Published : Aug 31, 2020, 6:27 AM IST

railway level crossing
railway level crossing

শিলচৰ, 30 আগষ্ট : হাইলাকান্দি জিলাৰ কাটাখাল আৰু জানকীবাজাৰ পথৰ কাটাখাল অংশত ৰেলপথত লেভেল ক্রচিং স্থাপনৰ বাবে তোলা দাবী পূৰণ নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ ইয়াৰ প্রতিবাদত গণতান্ত্রিক পদ্ধতিত আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে ‘স্বচ্ছ’ নামৰ
সামাজিক সংগঠনটোৱে । অহা 21 ছেপ্টেম্বৰৰ পৰা ৰেলপথত লেভেল ক্রচিং স্থাপনৰ দাবীত কাটাখাল ৰেল জংচনত অবিৰত অনশন ধর্মঘট গঢ়ি তুলিব সংগঠনটোৱে ।

ৰেল লেভেল ক্ৰচিঙ স্থাপনৰ দাবীত প্ৰতিবাদৰ হুংকাৰ কাটাখালত

দেওবাৰে কাটাখালত সংবাদ মেলত ৰেল লেভেল ক্রচিঙৰ দাবীত আন্দোলনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে স্বচ্ছ নামৰ সামাজিক সংগঠনৰ সাধাৰণ সম্পাদক তথা সংগ্রামী ছাত্র নেতা চাইদুৰ ৰহমানে । পূৰ্বৰে পৰা এই দাবী লৈ সংগঠন সহ স্থানীয় ৰাইজে আন্দোলন কৰি আহিছে ৷

লগতে পঢ়ক : কৰ’ণা আক্ৰান্তৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি নগাঁৱত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.