ETV Bharat / state

বৰখলাৰ ৰিজয়পুৰত উদ্ধাৰ মৃতদেহ

শুকুৰবাৰে পুৱা বাগিচাৰ শ্ৰমিকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে ৷

author img

By

Published : Jun 7, 2019, 10:52 PM IST

বৰখলাৰ ৰিজয়পুৰত উদ্ধাৰ মৃতদেহ

বৰখলা,৬ জুন': কাছাৰৰ বৰখলা সমষ্টিৰ ৰামপুৰ চাহ বাগিচাৰ ৰিজয়পুৰত উদ্ধাৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহ বৰখলা সমষ্টিৰ বালাচৰাৰ বিনদ মুণ্ডা নামৰ ব্যক্তিজনৰ বুলি চিনাক্ত ৷ শুকুৰবাৰে পুৱা বাগিচাৰ শ্ৰমিকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, বিগত 5 জুনৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল বিনদ মুণ্ডা ৷ 12 হাজাৰ টকা লৈ বৰখলা বজাৰত বস্তু ক্ৰয় কৰিবলৈ অহা পথতে সন্ধানহীন হৈছিল ব্যক্তিগৰাকী ৷

Intro:Body:বৰখলা,৬ জুন': অবশেষত বৰখলা সমষ্টিৰ বালাচৰা ৰহস্যজনকভাৱে সন্ধানহীন ব্যক্তি গৰাকী উদ্ধাৰ। কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ৰামপুৰ চা বাগিচাত ৰিজয়পুৰত উদ্ধাৰ হল সন্ধানহীন বিনদ মুন্ডাৰ লাশ ৷ শুক্ৰবাৰ ৰাতিপুৱা ১১ বাজতে বাগিচাৰ শ্ৰমিক সকলোৱে সেক্সনত এটা লাশ দেখি বৰখলা আৰক্ষীত খবৰ দিলে আৰক্ষী লাশ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষা বাৰে প্ৰৰণ কৰিলে৷ ব্যক্তিজন সন্ধানহীনঘটনা অনুসৰি ৫জুন ঘৰলৈ ১২হাজৰ টকা লৈ লোৱাৰ কি বস্তু কিনিবাৰ কাৰণে বৰখলা বজাৰৰ আহোঁতে হঠাতেই নিৰুদ্দেশ হয় অঞ্চলটোৰ এগৰাকী ব্যক্তি ।তেওঁৰ নাম বিনদ মুন্ডা (৫০) ৷ স্ত্ৰীৰ অভিযোগ মতে আৰক্ষীক গোচৰ ৰুজু কৰি তদন্তত আগবাঢ়িলে তেওঁৰ কোন সন্ধান পোৱা নাই পৰিয়ালবৰ্গই ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.