ETV Bharat / state

বৃহত্তৰ বৰখলাত ধুমুহাৰ তাণ্ডৱ

বিধ্বংসী ধুমুহাৰ ফলত অঞ্চলটোৰ বহুকেইগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঠায়ে ঠায়ে গছ উভালি পৰি ব্যাহত হয় বিদ্যুৎ সেৱা

author img

By

Published : Apr 29, 2019, 8:34 PM IST

ধুমুহাই তাণ্ডৱ চলালে বৃহত্তৰ বৰখলা অঞ্চলত

বৰখলা,২৯ এপ্ৰিলঃ দেওবাৰে নিশা ধুমুহাই তাণ্ডৱ চলালে বৃহত্তৰ বৰখলা অঞ্চলত । নিশা অহা এজাক ধুমুহাত বৰখলাৰ অন্তৰ্গত নাৰাইনছড়া, ৰামপুৰ, মাৰুয়াছড়া আদি অঞ্চলত বহু লোকৰ বাসগৃহৰ লগতে স্কুল, ঘৰ আদিৰ বিস্তৰ ক্ষতি সাধন হয় ৷

এই বিধ্বংসী ধুমুহাৰ ফলত কোনো কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও বিদ্যুৎ সেৱা ব্যাহত হৈ আছে বুলি জানিব পৰা গৈছে ৷

Intro:
বৰখলা, 29 এপ্ৰিল বৰখলা ধুমুহাৰ তাণ্ডৱ ৷ ৰবিবাৰ নিশা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল বৰখলা বহু অঞ্চল ৷ নিশা অহা এই ধুমুহাত বিস্তৰ ক্ষতি সাধন হয় অঞ্চলকেইটাত ৷ বৰখলা অন্তৰ্গত নাৰাইনছড়া,ৰামপুৰ,মাৰুয়াছড়া আদি অঞ্চলত বহু লোকৰ বাসগৃহৰ লগতে স্কুল, ঘৰ আদি ভাঙি চুৰমাৰ কৰে বিধ্বংসী ধুমুহা৷এই বিধ্বংসী ধুমুহাৰ ফলত কম বেছি পৰিমাণে কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও বিদ্যুৎ সেৱা ব্যাহত হৈ আছে বৃহত্তৰ অঞ্চলটোত ৷

Body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.