ETV Bharat / state

বৰখলাত গৰুভৰ্তি বাহন জব্দ

বুধবাৰে কাছাৰ জিলাৰ অন্তৰ্গত বৰখলাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গৰুভৰ্তি দুখন বলেৰ' পিক আপ গাড়ী

author img

By

Published : Jul 11, 2019, 3:36 AM IST

বৰখলাত গৰুভৰ্তি বাহন জব্দ
  • বুধবাৰে কাছাৰ জিলাৰ অন্তৰ্গত বৰখলাত জব্দ দুখন বলেৰ' পিক আপ গাড়ী
  • গাড়ীসহ মুঠ ২৪ টাকৈ গৰু জব্দ স্থানীয় আৰক্ষীৰ
  • লংকা পৰা শিলচৰলৈ অবৈধ ভাৱে গৰু সৰবৰাহ কৰিছিল গাড়ীকেইখনে
  • ডি আই জিৰ নিৰ্দেশ মতে সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে জব্দকৃত গাড়ীকেইখন
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

Intro:Body:বুধবাৰ কাছাৰ জিলাৰ অন্তৰ্গত বৰখলাত দুখন বলেৰ পিকাপ গাড়ী সহ ২৪ খন গৰু জব্ধ কৰে আৰক্ষী৷লংকা পৰা শিলচৰ অবৈধ ভাৱে সৰবৰাহ কৰা কাৰ্যৰ লগত জড়িতৰ অভিযোগত গৰু ভর্তি ২ খনকৈ ট্ৰাকৰ আৰক্ষীয়ে আটক কৰে ।জনিব পৰা ডি আই জিৰ নিৰ্দেশ মতে সম্প্ৰতি জব্দকৃত গৰু আৰক্ষীৰ জিম্মাত আছে। গৰু সৰবৰাহৰ বিষযটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।reporder appত পটাই দিছোConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.