ETV Bharat / state

শিলচৰত গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক নিয়োগ

author img

By

Published : Jan 29, 2020, 4:17 AM IST

শীঘ্ৰে শিশু শ্ৰমিকৰ কাম বন্ধ কৰাৰ লগতে বালি মাটিৰে বান্ধৰ কাম নকৰিলে ৰাইজে আন্দোলনত নামিব বুলি জানিবলৈ দিয়ে সাধাৰণ ৰাইজে ৷

গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক নিয়োগ
গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক নিয়োগ

শিলচৰ, 29 জানুৱাৰীঃ শিলচৰ চহৰৰ ৰংপুৰ কৰাতিগ্ৰামত বৰাক নৈ'ৰ গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ এজন দুজন নহয় কেবাজনো শিশু শ্ৰমিকৰ দ্বাৰা বিগত বহু দিন ধৰি গৰা খহনীয়াৰ কাম কৰোৱা বুলি অভিযোগ কৰে অঞ্চলবাসীয়ে ৷

গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক নিয়োগ

ইয়াৰোপৰি, খহনীয়া ৰোধ কৰিবলৈ বান্ধ নিৰ্মাণ বাবে বালি মাটিৰ পৰিৱৰ্তে বৰাক নৈৰ মাটি ব্যৱহাৰ কৰা বুলিয়ো অভিযোগ কৰে স্থানীয় লোকে ৷ শীঘ্ৰে শিশু শ্ৰমিকৰ কাম বন্ধ কৰাৰ লগতে উন্নত মানদণ্ডৰে বান্ধৰ কাম আৰম্ভ কৰিবলৈ দাবী জনায় সাধাৰণ ৰাইজে ৷

লগতে পঢ়কঃ গণতান্ত্ৰিক প্ৰতিবাদৰ মূল্য নিদিলে, হাতত অস্ত্ৰ তুলি ল'ব কোচ ৰাজবংশীয়ে: অতুল বৰ্মন

Intro:গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক

শিলচৰ চহৰৰ ৰংপুৰ কৰাতিগ্ৰামত বৰাক নৈ'ৰ গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক কাম কৰিবলৈ দেখা পোৱা গৈছে। এই গুৰুত্বপূৰ্ণ কামটো লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ জনাইছে, এই কামটো ভাল বালি মাটিৰ পৰিবৰ্তে একেই বৰাক নৈ'ৰ আন পাৰৰ পৰা পলি মোনাত ভৰাই খহনীয়া প্ৰতিৰোধ কৰিবলৈ বাঁধ নিৰ্মাণ কৰি থকা হৈছে। তেওঁ সোনকালে সঠিককৈ কাম কৰা ন'হ'লে আৰু শিশু শ্ৰমিক নিয়োগ বন্ধ নকৰা হ'লে আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ'ব বুলি ভাবুকি দিছে। ----- বাইটBody:গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক

শিলচৰ চহৰৰ ৰংপুৰ কৰাতিগ্ৰামত বৰাক নৈ'ৰ গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক কাম কৰিবলৈ দেখা পোৱা গৈছে। এই গুৰুত্বপূৰ্ণ কামটো লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ জনাইছে, এই কামটো ভাল বালি মাটিৰ পৰিবৰ্তে একেই বৰাক নৈ'ৰ আন পাৰৰ পৰা পলি মোনাত ভৰাই খহনীয়া প্ৰতিৰোধ কৰিবলৈ বাঁধ নিৰ্মাণ কৰি থকা হৈছে। তেওঁ সোনকালে সঠিককৈ কাম কৰা ন'হ'লে আৰু শিশু শ্ৰমিক নিয়োগ বন্ধ নকৰা হ'লে আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ'ব বুলি ভাবুকি দিছে। ----- বাইটConclusion:গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক

শিলচৰ চহৰৰ ৰংপুৰ কৰাতিগ্ৰামত বৰাক নৈ'ৰ গৰা খহনীয়া মেৰামতিৰ কামত শিশু শ্ৰমিক কাম কৰিবলৈ দেখা পোৱা গৈছে। এই গুৰুত্বপূৰ্ণ কামটো লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ জনাইছে, এই কামটো ভাল বালি মাটিৰ পৰিবৰ্তে একেই বৰাক নৈ'ৰ আন পাৰৰ পৰা পলি মোনাত ভৰাই খহনীয়া প্ৰতিৰোধ কৰিবলৈ বাঁধ নিৰ্মাণ কৰি থকা হৈছে। তেওঁ সোনকালে সঠিককৈ কাম কৰা ন'হ'লে আৰু শিশু শ্ৰমিক নিয়োগ বন্ধ নকৰা হ'লে আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ'ব বুলি ভাবুকি দিছে। ----- বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.