ETV Bharat / state

কাগজ কলৰ কৰ্মচাৰীৰ মূৰত পুনৰ ৰাম টাঙোন কেন্দ্ৰীয় চৰকাৰৰ

কাগজ কলৰ কৰ্মচাৰী সকলক চৰকাৰী আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিলে দেশৰ সকলো ৰাজহুৱা খণ্ডক এটা এটাকৈ পুঁজিপতিৰ হাতত গতাই যোৱা বিজেপি চৰকাৰে ৷ কাগজ কল দুটা সম্পূৰ্ণৰূপে বন্ধ কৰি সা-সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷

author img

By

Published : Dec 26, 2019, 7:36 PM IST

cantral government notice cachar paper mill employees to vacant their houses
কাগজ কলৰ কৰ্মচাৰীক আৱাসগৃহ খালি কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

হাইলাকান্দি , 26 ডিচেম্বৰঃ নৱবৰ্ষৰ প্ৰাকক্ষণত বিশ্ববাসীয়ে শুভ বাৰ্তালৈ অপেক্ষা কৰি থকাৰ সময়তে কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ আহিল আন এক বেয়া খবৰ ৷ কাগজ কলৰ কৰ্মচাৰী সকলক চৰকাৰী আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিলে দেশৰ সকলো ৰাজহুৱা খণ্ডক এটা এটাকৈ পুঁজিপতিৰ হাতত গতাই যোৱা বিজেপি চৰকাৰে ৷ উল্লেখযোগ্য যে , বিগত 3 টা বছৰে দৰমহা পোৱা নাই কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে ৷ তেনে সময়তে নিজৰ কৰ্ম সংস্থানৰ অনিশ্চয়তাত থকা কৰ্মচাৰীসকলক চৰকাৰী আৱাসগৃহ খালি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ যোৱা ২৩ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এখন জাননীত উল্লেখ কৰা হয় যে, কাগজ কল দুটা সম্পূৰ্ণৰূপে বন্ধ কৰি সা-সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে বিষয়া-কৰ্মচাৰীসকলক তেঁওলোকৰ আৱাসগৃহ সমূহ শীঘ্ৰে খালি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

এই জাননীৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰ্মচাৰী সকলৰ মাজতে , পাঁচগ্ৰামৰ কাগজ কলত ইয়াৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে । ইয়াৰ লগতে কোনো পৰিস্থিতিতে আৱাসগৃহ খালী নকৰাৰ হুংকাৰে প্ৰদান কৰে কৰ্মচাৰী সকলে ৷ আনহাতে আলগাপুৰৰ AIUDF ৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে এই ধ্বংসাত্মক সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে কাগজ কলৰ কৰ্মচাৰী সকলৰ পক্ষতেই থাকিব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়কঃজামিন পালে অখিল গগৈয়ে

Intro:SLUG :: কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশকলৈ কাগজকল কৰ্মচাৰীৰ হাহাকাৰ।

Body:O/C :: আহিয়াছে নতুন বছৰ। সকলোলৈ লৈ আহিব ভাল খবৰ, ভাল সম্ভাবনা। কিন্তু ৰাজ্যৰ দুই কাগজকলৰ কৰ্মচাৰীলৈ নতুন বছৰত আহিল আন এক বেয়া খবৰ। প্ৰায় ৩ বছৰে নাই দৰমহা, কাগজকলৰ কৰ্মচাৰীলৈ এতিয়া আহিল আবাস গৃহ খালী কৰিবলৈ নিৰ্দেশনা। কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ প্ৰায় তিনি বছৰে পোৱা নাই দৰমহা। সেইসময়তে আগন্তুক ৩১ জানুৱাৰীৰ ভিতৰত কৰ্মচাৰীসকলক আৱাসগৃহ খালী কৰিবলৈ দিছে নিৰ্দেশনা, যাৰ ফলত এতিয়া নতুন বছৰৰ প্ৰাক মুহূৰ্তত কৰ্মচাৰীসকলৰ জীৱনলৈ নামি আহিছে অমানিশা। যোৱা ২৩ ডিচেম্বৰত কেন্দ্ৰ চৰকাৰৰ জাৰি কৰা এখন জাননীত উল্লেখ কৰা হয় যে, কাগজ কল দুটা সম্পূৰ্ণৰূপে বন্ধ কৰি সা-সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে বিষয়া-কৰ্মচাৰীসকলক থকা আৱাসসমূহ অতি শীঘ্ৰে খালী কৰিব লাগে।
এই জাননীৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰ্মচাৰী সকলোৰ মাজতে। আজি পাছগ্ৰামৰ কাছাৰ কাগজ কলত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে। লগতে কোন পৰিস্থিতিত আবাস গৃহ খালি নকৰিব বুলি হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰী সকলে।
ইপিনে, আলগাপুৰৰ AIUDF বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে সৰ্বাবস্থাত কেন্দ্ৰ চৰকাৰৰ এই ধ্বংসাত্মক নীতিৰ প্ৰতিবাদত কাগজ কল কৰ্মচাৰীৰ লগতে থিয় থাকিব বুলি মন্তব্য কৰিছে।

byte :: paper mill employees & Nijam uddin choudhury, MLA

######Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.