ETV Bharat / state

অসমত আক্ৰান্তৰ সংখ্যা শতকলৈ বৃদ্ধি

কাছাৰ জিলাৰ 28 বৰ্ষীয় এজন লোক আক্ৰান্ত হৈছে কৰ'ণাত । ইয়াৰ পিছতে ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 100 জনলৈ বৃদ্ধি পোৱাৰ লগতে শেহতীয়াকৈ মুম্বাই আৰু বিহাৰৰ পৰা অহা 3 জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় ৷

Cachar COVID 19 patient
অসমত আক্ৰান্তৰ সংখ্যা 100লৈ বৃদ্ধি
author img

By

Published : May 17, 2020, 7:37 PM IST

Updated : May 18, 2020, 9:48 AM IST

গুৱাহাটী,17 মেঃ ৰাজ্যত পুনৰ চিনাক্ত কৰ'ণাত আক্ৰান্ত আন তিনিগৰাকী ব্যক্তি । কাছাৰ জিলাৰ 28 বৰ্ষীয় এজন লোকৰ লগতে গুৱাহাটীত আৰু তিনিগৰাকী লোক আক্ৰান্ত হয় এই মাৰাত্মক ভাইৰাছত ৷ সম্প্ৰতি ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা হয়গৈ 100গৰাকী ৷ ইয়াৰে দুগৰাকী ব্যক্তি মুম্বাইৰ পৰা অহাৰ লগতে এগৰাকী ব্যক্তি বিহাৰৰ পৰা আহিছিল ৷ তিনিওগৰাকীকে সৰুসজাইস্থিত কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল ৷

  • Alert ~ Three persons are tested #COVID19 + in Guwahati. Two of them came from Mumbai while one arrived from Bihar. All 3 are in Sarusajai quarantine centre

    ↗️Total cases 100
    ↗️Recovered 41
    ↗️Active cases 55
    ↗️Deaths 2
    ↗️Migrated 2

    Update 9.45 pm / May 17#AssamCovidCount pic.twitter.com/bND8maS95C

    — Himanta Biswa Sarma (@himantabiswa) May 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা প্ৰকাশ কৰিছে ৷

Last Updated : May 18, 2020, 9:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.