ETV Bharat / state

প্ৰেম, প্ৰতাৰণা,আত্মহত্যাঃ ৰঙাঘৰত ভণ্ড প্ৰেমিক - গ্ৰেপ্তাৰ

বৰখলাৰ এগৰাকী যুৱতীক প্ৰেমৰ অচিলাৰে সুজিত দাস নামৰ যুৱকজনে ফেচবুক যোগে ভাইৰেল কৰিছিল আপত্তিজনক ফটো ৷

প্ৰেম, প্ৰতাৰণা,আত্মহত্যাঃ ৰঙাঘৰত ভণ্ড প্ৰেমিক
author img

By

Published : Jun 9, 2019, 5:26 PM IST

বৰখলা,9 জুনঃ চাইবাৰ ক্ৰাইমৰ ভয়াৱহ অভিযোগৰ ভিত্তিত কাছাৰত শনিবাৰে নিশা গ্ৰেপ্তাৰ সুজিত দাস নামৰ এজন লোক ৷ ফেচবুকযোগে অশ্লীল ফটো ভাইৰেল হোৱাত আত্মহত্যাৰ পথ বাচি লোৱা এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ কৰা হয় এই যুৱকজনক ৷ উল্লেখ্য যে, বৰখলাৰ এগৰাকী যুৱতীক প্ৰেমৰ অচিলাৰে সুজিত দাস নামৰ যুৱকজনে ফেচবুক যোগে ভাইৰেল কৰিছিল আপত্তিজনক ফটো ৷ এই ফটো ভাইৰেল হোৱাৰ পাচতেই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অৱশেষত যুৱতীগৰাকীয়ে মুখলজ্জাৰ পৰা হাত সাৰিবলৈ বাচি লৈছিল আত্মহত্যাৰ পথ ৷ এই আত্মহত্যাৰ ঘটনাৰ পাচতেই শনিবাৰে নিশা আৰক্ষীয়ে আটক কৰে ভণ্ড প্ৰেমিক সুজিত দাসক ৷

Intro:Body:কাছাৰ,৮ জুনঃ চাইবাৰ ক্ৰাইমৰ ভয়াৱহ অভিযোগৰ ভিত্তিতে আত্মহত্যাকাৰী ৰুবি মালকাৰৰ প্ৰেমিক সুজিত দাস ৷ শনিবাৰ ৰাতি ৰুমিৰ পৰিবাৰেৰ অভিযোগত ভিত্তিতে সুজিতক গ্ৰেফতাৰ কৰে আৰক্ষী৷ ফেইচবুক যোগে অশ্লীল ফটো ভাইৰেল হোৱাত আত্মহত্যাৰ পথ বাছি ললে ৰুমা মালাকৰ নামৰ এগৰাকী যুৱতীয়ে ৷ কাছাৰৰ বৰখলাত সংঘটিত হৈছে এই ঘটনা ৷চাইবাৰ ক্ৰাইমৰ কৰুণ পৰিণতিসুজিত দাস নামৰ এজন যুৱকে ফেচবুকৰ জৰিয়তে শ্বে'য়াৰ কৰিছিল যুৱতী গৰাকীৰ ফটো ৷ সমগ্ৰ অঞ্চলজুৰি ফটোখন ভাইৰেল হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত ৷ অৱশেষত,মুখলজ্জাৰ পৰা হাত সাৰিবলৈ আত্মহত্যাৰ পথকে বাছি ল'লে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.