- দলবিৰোধী কাৰ্যকলাপত লিপ্ত হৈ দলৰ পৰা বৰ্খাস্ত বিজেপি কৰ্মী(BJP worker expelled for anti party activities)
- বিজেপি কৰ্মীগৰাকীৰ নাম মনমোহন দেউৰী
- দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন-2022 ত দেউৰীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা (DAC Election 2022)
- 20 নং বঙালমাৰা পৰিষদীয় সমষ্টিৰ পৰা আগবঢ়াইছিল প্ৰতিদ্বন্দিতা
- দলৰ মনোনীত প্ৰাৰ্থীৰ বিৰুদ্ধে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা
- নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা
- দলীয় সংবিধানৰ ধাৰা 25 ৰ উপধাৰা 9 অনুসৰি বহিস্কাৰ কৰা হয় দেউৰীক
- অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাবে বলবৎ হোৱাকৈ দলৰ প্ৰাথমিক পদৰ পৰা বহিষ্কাৰ কৰে মনমোহন দেউৰীক(State BJP President Bhabesh Kalita)
BJP worker expelled: DAC নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই দলৰ পৰা বৰ্খাস্ত বিজেপি কৰ্মী - দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন
চলিত দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সিদ্ধান্তৰ বিৰোধ কৰি দলৰ পৰা বৰ্খাস্ত হ'ল এজন বিজেপি কৰ্মী(BJP worker expelled for anti party activities) ৷
![BJP worker expelled: DAC নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই দলৰ পৰা বৰ্খাস্ত বিজেপি কৰ্মী bjp-worker-expelled-for-anti-party-activities](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16803798-thumbnail-3x2-bew.jpg?imwidth=3840)
BJP worker expelled: দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় দলৰ পৰা বৰ্খাস্ত বিজেপি কৰ্মী