ETV Bharat / state

বৰখলাত কেতিয়া হ'ব চিকিৎসালয় ?

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতে এতিয়াও আৰম্ভ হোৱা নাই ৩০ খন বিচনাযুক্ত হাস্পতালৰ নিৰ্মাণ কাম ।

author img

By

Published : May 4, 2019, 12:12 AM IST

আৰম্ভ হোৱা নাই ৩০ শয্যা বিশিষ্ট হাস্পতাল নিৰ্মাণৰ কাম

বৰখলা,৩ মে' : এফালে স্বাস্থ্য মন্ত্ৰীয়ে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰত মন্তব্য কৰিছে স্বাস্থ্য সেৱা স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰি বিজেপি চৰকাৰে ৰাজ্যত ব্যাপক উন্নতি কৰিছে । কিন্ত দুখৰ বিষয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতে এতিয়াও আৰম্ভ হোৱা নাই ৩০ খন বিচনাযুক্ত হাস্পতালৰ নিৰ্মাণ কাম ।

আৰম্ভ হোৱা নাই ৩০ শয্যা বিশিষ্ট হাস্পতাল নিৰ্মাণৰ কাম

ৰাইজৰ অভিযোগ যে এইক্ষেত্ৰত বিধায়ক কিশোৰ নাথ নীৰৱ ভূমিকা গ্ৰহণ কৰিছে । ফলত স্থানীয় লোক ক্ৰমে ক্ষুদ্ধ হৈ পৰিছে বিধায়কৰ ওপৰত । উল্লেখ্য যে, ২০১৪ চনৰ ১৯ নৱেম্বৰৰ দিনা বিধায়কৰ উপস্থিতিত উদ্বোধন কৰিছিল ৩ কোটি ৩০ লক্ষ টকাৰ হাস্পতাল খনৰ নিৰ্মাণ কাৰ্য ৷

Intro:Body:নিউজ বৰখলা,৩- মে: - স্বাস্হ্য মন্ত্রী দিনে নিশাই নিৰ্বাছনি প্রচাৰত মন্তব্য কৰিছে স্বাস্হ্য সেবাত আৰু স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণে বিজেপি সৰকাৰ ৰাজ্যত ব্যাপক উন্নতি কৰিছে ৷ কিন্ত দুখৰ বিষয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতে এতিয়াও বৰখলা ৩০ শয্যা বিশিষ্ট হাসপাতালৰ নিৰ্মাণ কাম আৰম্ভ হওয়া নাই৷ ৰাইজৰ অভিযোগ বিধায়ক কিশোৰ নাথ নিৰবে থকা কাৰনে হেমন্ত বিশ্ব শৰ্মাৰ বিভাগটোলৈ গুৰুত্ব নাই ৷ ফলত স্হানীয় লোক ক্ৰমে বিধায়কৰ উপৰত ক্ষুদ্ধ হই পৰিছে। ২০১৪ সনৰ ১৯ নম্বেবৰ বিধায়ক থকা কালত ৰুমি নাথ ৩ কোটি ৩০ লক্ষ টকাৰ হাসপাতাল খনৰ নিৰ্মাণে শুভাৰম্ভেৰ ফলক উদ্ভাৱন কৰিছিল ৷ পাচতে জমিৰ বিবাদলৈ স্থানীয় এটি সংস্থা উচ্চ ন্যায়ালয়ত স্বাস্থ্য বিভাগৰ উপৰ মামলাৰ কম খিনি বন্ধ হই পৰে bite- visual Rajorshi sharma MazumderConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.