ETV Bharat / state

ইণ্টাৰনেট নাই, বেংকত কাম নাই

ইন্টাৰনেট সংযোগ ব্যাহত হোৱাৰ বাবে বিগত ছয়দিন ধৰি বংকটোত বন্ধ হৈ আছে কামকাজ ৷ যাৰ ফলত গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

author img

By

Published : Jun 12, 2019, 9:58 PM IST

ইণ্টাৰনেট নাই, বেংকত কাম নাই

বৰখলা, 12জুনঃ ইন্টাৰনেট সেৱা বিকলৰ বাবে কাছাৰৰ বৰখলাৰ চেন্ট্ৰেল বেংক অৱ্ ইণ্ডিয়াৰ কামকাজত অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ ইন্টাৰনেট সংযোগ ব্যাহত হোৱাৰ বাবে বিগত ছয়দিন ধৰি বংকটোত বন্ধ হৈ আছে কামকাজ ৷ যাৰ ফলত গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ দুদিনৰ ভিতৰত চেন্ট্ৰেল বেংকৰ শাখাটোত ইন্টাৰনেট সেৱা সক্ৰিয় কৰিবলৈ দাবী জনাইছে বৰখলা নাগিক সুৰক্ষা সমিতিয়ে ৷ ইপিনে বংক কৰ্তৃপক্ষৰ মতে বি এছ এন এলৰ গাফিলতিৰ বাবে ইন্টাৰনেট সেৱা ব্যাহত হৈ পৰিছে ৷

Intro:Body:বৰখলা সেন্টেল ব্যাঙ্কৰ ইন্টাৰনেট কানেকচন বিকল হওয়াৰ কাৰণে গ্ৰাহকৰ মাজত ট্রানসাকশান বন্ধ যুৱা ৬ দিনৰ পাৰে ৷ ফলত গ্ৰাহক সকলোৰ মাজত বাৰিষে উত্তেজনা ৷ এফালে বৰখলা নাগৰিক সুৰক্ষা কমিটিৰ ২দিনৰ সময় সীমাদি ইন্টাৰনেট ব্যবস্থা চালু কৰাৰ অনুৰোধ ৷ তেওঁলোক আৰু কলে ব্যাঙ্ককৰ্তৃপক্ষ সমস্যাৰ সমাধান না কৰিলে পুনৰ বৃহত্তৰ আন্দোলন কৰিব সংগঠনে ৷ব্যাঙ্ককৰ্তৃপক্ষ দাবী বি এস এন এলেৰ গাফিলতিৰ কাৰণে ইন্টাৰনেট বিকল হইচে ৷যুৱা বুধবাৰ পৰা ইন্টাৰনেটৰ লিংক নাই ব্যাঙ্কৰ ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.