ETV Bharat / state

শিলচৰত আটক বাংলাদেশী ড্ৰাগছ মাফিয়া - কাছাৰ

কাছাৰ জিলাৰ উধাৰবন্দৰ ঝাপিৰবন্দৰত আটক এজন বাংলাদেশী ড্ৰাগছ মাফিয়া ৷ আৰক্ষীৰ তদন্তত আটক সোনাইৰ অন্য দুই মাফিয়া ৷

শিলচৰত আটক বাংলাদেশী ড্ৰাগছ মাফিয়া
author img

By

Published : Oct 14, 2019, 11:36 AM IST

Updated : Oct 14, 2019, 12:27 PM IST

কাছাৰ, 14 অক্টোবৰ: দেওবাৰে কাছাৰ জিলাৰ উধাৰবন্দৰ ঝাপিৰবন্দৰত আটক এজন ড্ৰাগছ মাফিয়া ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে চামছুল আলম নামৰ ড্ৰাগছ ব্যৱসায়ীজনক। জানিব পৰা মতে ড্ৰাগছ মাফিয়াজনৰ ঘৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ গোৰাঘাট থানাৰ অন্তৰ্গত আফচৰ গাঁৱত।

কাছাৰ জিলা
বাংলাদেশী ড্ৰাগছ মাফিয়া

উল্লেখ্য যে চামছুল আলমৰ পৰা আৰক্ষীয়ে ৩৪ টা টিউব আৰু ৩.৩০ গ্ৰামৰ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে ৷ আৰক্ষীয়ে চামছুলক সোধপোছ কৰাৰ পিচত সোনাইৰ ধনেহৰিৰ পৰা অন্য দুই ড্ৰাগছ মাফিয়া চাহানুৰ হুছেইন আৰু ৰামনগৰৰ পৰা চিৰাজুল হক লস্কৰক আটক কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা ৩৯,০০০ টকা উদ্ধাৰ কৰে ৷

কাছাৰ জিলা
সোনাইৰ ড্ৰাগছ মাফিয়া

Intro:Silcharত আটক বাংলাদেশী ড্ৰাগছ মাফিয়াBody:বাংলাদেশী ড্ৰাগচ বেপাৰী আটক

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই কাছাৰ জিলাৰ উধাৰবন্দৰ ঝাপিৰবন্দৰ পৰা এজন বাংলাদেশী ড্ৰাগচ বেপাৰীক পুলিচ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম সামছুল আলম, ঘৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ গোৰাঘাট থানাৰ আফসৰ গাঁওত। তেওঁৰ পৰা ৩৪টা টিউব আৰু ৩.৩০ গ্ৰামৰ এটা সন্দেহজনক ব্ৰাউন সুগাৰ উদ্ধাৰ কৰা হৈছে। তেওঁক সোধপোছ কৰি পিছত সোনাইৰ ধনেহৰিৰ পৰা সাহানুৰ হোসেন আৰু ৰামনগৰৰ পৰা সিৰাজুল হক লস্কৰক আটক কৰা হৈছে। তেওঁ লোকৰ পৰা ৩৯,০০০ টকা উদ্ধাৰ কৰা হৈছে।Conclusion:পুলিচৰ ভূমিকা কি আগামী দিনত গম পাওয়া যাব ।
Last Updated : Oct 14, 2019, 12:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.