ETV Bharat / state

শিলচৰত উন্নয়নৰ ফোপোলা স্ৱৰূপ

author img

By

Published : Mar 20, 2019, 10:49 PM IST

2014 চনত শিলচৰৰ সাংসদ সুস্মিতা দেৱে নিজ সমষ্টিৰ লক্ষীনগৰ গাঁওখন তুলি লয় যদিও বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা এই গাঁওখনৰ৷ ৫ বছৰ ধৰি উন্নয়নৰ মুখ দেখা নাই গাঁওখনে৷

শিলচৰত উন্নয়নৰ ফোপোলা স্ৱৰূপ

20 মাৰ্চ, শিলচৰঃ সাংসদৰ দ্ৱাৰা তোলনীয় এখন আদৰ্শ গাঁৱৰ ফোপোলা স্বৰূপ ৷ প্ৰকল্প থাকিও গাঁওখনত নাই বিশুদ্ধ খোৱা পানী, নাই যাতায়ত ব্যৱস্থা ৷ এইখন শিলচৰৰ লক্ষীপুৰ সমষ্টিৰ লক্ষীনগৰ গাঁও ৷

বিগত বছৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ২০১৪ চনত শিলচৰৰ সাংসদ সুস্মিতা দেৱে নিজ সমষ্টিৰ এই গাঁওখন তুলি লয়৷ কাৰণ উক্ত গাঁওখনৰ পৰা সহস্ৰাধিক ভোট পাইছিল সাংসদ গৰাকীয়ে৷ কিন্তু বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা এই গাঁওখনৰ ৰাইজৰ।

শিলচৰত উন্নয়নৰ ফোপোলা স্ৱৰূপ

বিগত ৫ বছৰ ধৰি উন্নয়নৰ মুখ দেখা নাই গাঁওখনত বাস কৰা ৭০০০ গাঁওবাসীয়ে৷ উল্লেখ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গাঁওখনৰযি অৱস্থা আছিল বৰ্তমানো কোনো পৰিৱৰ্তন নাহিল গাঁওখনত ৷ ফলত ক্ষুদ্ধ হৈ পৰিছে গাঁৱবাসী৷ চাওক ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন.......

News Silchar___
কাছাৰ জিলাৰ এখন আৰ্দশ গাঁও (Model Village) যি গাঁও খনক সাংসদ সুস্মিতা দেবে  ২০১৪ সনত তোলনীয়া (Adopt) কৰিছিলে ৷ ২০১৪ সনত যেতিয়া কেন্দ্ৰত মোদি সৰকাৰ আহিছিলে তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে প্ৰতিজন সাংসদক নিৰ্দেশ দিছিলে যে নিজ নিজ সাংসদ সমষ্টিৰ পৰা এটা গাঁও Adopt কৰাৰ বাবে ৷ আৰু তেতিয়া শিলচৰৰ সাংসদ সুস্মিতা দেবে লক্ষীপুৰ সমষ্টিৰ লক্ষীনগৰ গাঁও ক Adopt কৰিছিলে ৷ কাৰণ ২০১৪ সনৰ লোকসভা নিৰ্বাচনত সুস্মিতা দেবে লক্ষীনগৰ গাঁওত আটাইতকৈ বেছি ভোট পাইছিলে ৷ কিন্তু আজি আমি দেখোৱাম সুস্মিতা দেবৰ Adopt কৰা গাঁও খনৰ আচল দৃশ্য ৷ যোৱা পাঁচ বছৰত কিমান উন্নতি হৈছে গাঁ খনৰ ৷ 

গাঁও খনৰ আচল দৃশ্য আপোনালোকৰ আগত তুলি দৰাৰ বাবে শিলচৰৰ পৰা প্ৰায় 80 কিলোমিটাৰ দুৰত থকা এই লক্ষীনগৰ গাঁও খনত গৈ উপস্থিত হৈছিলে Etv Bharotসাংবাদিক৷

 প্ৰায় ৭ হাজাৰৰ অধিক মানুহৰ বসবাস কৰা এই গাঁও খনৰ অবস্থা ২০১৪ সনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যেনেকাঁহ আচিলে আজিও ঠিক তেনকা   ৷ নাই ৰাস্তা-ঘাট, নাই বিশুদ্ধ খোৱা পানী, নাই কাৰেণ্ট, নাই হাস্পাতালৰ সুবিধা, নাই ছাত্ৰছাত্ৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা ৷ গাঁও খনত আসা যোয়াৰ যিখন ৰাস্তা আছে হি খন ৰাস্তা যোৱা কেদিনমান আগতে অলপ মাটি দিয়া হৈছে ৷ কাৰণ সম্মুখত নিৰ্বাচন ৷ জল প্ৰকল্প আচনি (PHE) আছে যদিও নাই বিশুদ্ধ খোৱা পানীৰ ব্যবস্থা ৷ জল প্ৰকল্প আচনি খন ২০১৪ সনৰ আগত হৈছিলে কিন্তু আজিৰ দিনত বুথ ভাংলত পৰিণত হৈছে ৷ খোৱা পানীৰ বাবে ১ কিলোমিটাৰ দুৰত থকা এটা নৈত খুচকাৰি যাব লাগে গাঁওৰ মানুহক ৷ গা দোৱা বা ঘৰৰ অন্যান্য কামৰ বাবে কাছত থকা এটা নালাৰ পানী ব্যবহাৰ কৰি থাকে তেওঁ লোকেো ৷ গাঁও খনত এটা হাস্পতাল আছে যদিও কিন্তু গাঁওৰ মানুহে আজি লৈকে হাস্পতাল খনত দেখা নাই ডাক্তৰ ,নাৰ্ছ ৷ কাৰেণ্টৰ খুটি দু এটা আছে যদিও নাই তাতে কোনো কাৰেণ্ট ৷ 
যি সময়ত সুস্মিতা দেবে গাঁও খন ADPOT কৰিছিলে তেতিয়া গাঁও খনৰ মানুহ  সুস্মিতা দেবৰ উপৰত খুব খুশি হৈছিলে ৷ কিন্তু আজি গাঁও খনৰ মানুহ সুস্মিতা দেবৰ উপৰত এমান ক্ষুব্ধ যে তেওঁ লোকে সংবাদ মাধ্যমৰ আগত এটা কথা স্পষ্ট কইছে যে সুস্মিতা দেবে তেওঁ লোকৰ লগত যে বিশ্বাস ঘাতকতা কৰিয়াছে তাৰ জবাব তেওঁ লোকে এবাৰ নিৰ্বাচনত ভোটৰ মাধ্যমত দিব ৷ তেওঁ স্পষ্ট কৈছে যে গাঁওৰ প্ৰায় ৭ হাজাৰ মানুহে এতিয়া আৰু সুস্মিতা দেবক ভোট নিদিয়ে ৷ BYTE - DL
Footage ftp
Slug Silchar Adaersho Gram 1 to 19
Exclusive পেকেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.